DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত ৪ গঞাক গুলীয়াই হত্যা মাওবাদীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 6, 2020 10:46 am
nax
335
VIEWS
Share on FacebookShare on Twitter

মাওবাদী অধ্যুষিত ৰাজ্য চত্তিশগড়ত যোৱা নিশা মাওবাদীয়ে ৪ জন গঞাক গুলীয়াই হত্যা কৰে।

আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগতে লোক কেইজনক মাওবাদীয়ে হত্যা কৰা বুলি জানিব পৰা গৈছে।

চত্তিশগড়ৰ বিজাপুৰ জিলাৰ গাংলুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডুমেৰি পালনাৰ নামৰ ঘন অৰণ্যৰে ভৰি থকা অঞ্চলটোত আজি আৰক্ষীয়ে লোক কেইজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

২৫ আগষ্টৰ দিনাও চত্তিশগড়ৰ বাষ্টাৰ জিলাত মাওবাদীয়ে দুজন গঞাক গুলীয়াই হত্যা কৰিছিল।

বিজাপুৰৰ আৰক্ষীৰ শীৰ্ষ বিষয়া সুন্দৰৰাজ পিয়ে জানিবলৈ দিয়া মতে মাওবাদীয়ে শেহতীয়াকৈ হত্যা কৰা লোক কেইজনক ঘৰৰ পৰা কিবা কথা আছে বুলি মাতি অনা হৈছিল আৰু অৰণ্যৰ মাজলৈ আনি তেওঁলোকক হত্যা কৰা হৈছিল।

মৃত লোক কেইজনক ক্ৰমে পুছনাৰ গাওঁৰ পুনেম ছান্নু,গোৰে ছান্নু,ফাল্লি বুলি চিনাক্ত কৰা হৈছে। আন এজন মৃত লোকক মেটাপল গাওঁৰ তুলসী বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য বিগত কিছুদিন ধৰি চত্তিশগড়ত আৰক্ষী আৰু বিশেষ বাহিনীয়ে মাওবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।

এনে সময়তে আৰক্ষীক মাওবাদীৰ অৱস্থানৰ বিষয়ে খবৰ দিয়াৰ সন্দেহত বহু গঞাক মাওবাদীয়ে হত্যা কৰাৰ লগতে শাৰীৰিক ভাবে অকথ্য নিৰ্যাতন চলাইছে।

Recent News

মনোনীত সদস্য হিচাপে ৰাজ্যসভাত সভাপতিত্ব; বিৰল দৃষ্টান্ত কিংবদন্তি ক্ৰীড়াবিদ পিটি ঊষাৰ

মনোনীত সদস্য হিচাপে ৰাজ্যসভাত সভাপতিত্ব; বিৰল দৃষ্টান্ত কিংবদন্তি ক্ৰীড়াবিদ পিটি ঊষাৰ

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd