• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩৭০ অনুচ্ছেদ বাতিলৰ পিছত লাডাখত প্ৰথম নিৰ্বাচন; ইণ্ডিয়া জোঁটৰ সাফল্য, বিজেপিৰ বিপৰ্যয়

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2023 3:32 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ বিলুপ্ত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে লাডাখত নিৰ্বাচন অনুষ্ঠিত হৈছিল। তাত কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে বিপুল সফলতা লাভ কৰিলে। এই দুটা দলে ২৬খন আসনৰ ভিতৰত ১৯খন আসনত জয়লাভ কৰিছে। বিজেপিয়ে মাত্ৰ দুখন আসনহে লাভ কৰিবলৈ সক্ষম হয়।

চাৰিটা সমষ্টিৰ ফলাফল এতিয়াও ঘোষণা হোৱা নাই। প্ৰসংগক্ৰমে ৪ অক্টোবৰত কটকটীয়া নিৰাপত্তাৰ মাজতে লাডাখৰ ৰাইজে ভোটদানত অংশগ্ৰহণ কৰিছিল। সেই নিৰ্বাচনৰ বাবে গণনা আৰম্ভ হয় দেওবাৰৰ পৰা। ফলাফলৰ খবৰ অহাৰ লগে লগে কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সৰ কৰ্মী-সমৰ্থকসকল আত্মহাৰা হৈ পৰে।

লগতে পঢ়কঃ ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী; চাওক সৱিশেষ

Apply Now

লাডাখ স্বায়ত্তশাসিত পাৰ্বত্য উন্নয়ন পৰিষদৰ মুঠ আসনৰ সংখ্যা ৩০ খন। ইয়াৰে চাৰিজন কাউন্সিলাৰক প্ৰশাসনে মনোনীত কৰিছে। ৪ অক্টোবৰত কটকটীয়া নিৰাপত্তাৰ মাজতে বাকী ২৬টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। মুঠ বুথৰ সংখ্যা আছিল ২৭৮টা। ইয়াৰে ১১৪টা অতি সংবেদনশীল আৰু ৯৯টা সংবেদনশীল ভোটকেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছিল। প্ৰশাসনে প্ৰতিটো বুথত পৰ্যাপ্ত আৰক্ষী মোতায়েন কৰিছিল।

বিশেষজ্ঞসকলে ভৱিষ্যদ্বাণী কৰিছিল যে এই যুঁজ মূলতঃ তিনিটা দল– বিজেপি, কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সৰ মাজত হ’ব। তাত ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰ দলে  বিজেপিক পৰাস্ত কৰে। দুয়োটা দলে মুঠ আসনৰ ১৯ খন লাভ কৰিছে।

আনহাতে, গেৰুৱা শিবিৰ কাৰ্যতঃ বিপৰ্যয়ৰ সন্মুখীন হ’ল। তেওঁলোকে মাত্ৰ দুখন আসনহে লাভ কৰিছে। চাৰিখন আসনৰ ফলাফল এতিয়াও ঘোষণা কৰা হোৱা নাই।

লগতে পঢ়কঃইজৰাইলত হামাছৰ আক্ৰমণত নিহত ১০ গৰাকী নেপালী শিক্ষাৰ্থী; নিশ্চিত কৰিছে দূতাবাসে

ফলাফল স্পষ্ট হোৱাৰ লগে লগে কংগ্ৰেছ কৰ্মীসকলে উল্লাসিত হৈ পৰে। পতাকা উৰুৱাই বিজয় উদযাপনত যোগদান কৰে। উল্লেখ্য় যে ৰাজনৈতিক বিশ্লেষকসকলে এই নিৰ্বাচনক কেন্দ্ৰই ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ সিদ্ধান্তৰ এক ডাঙৰ পৰীক্ষা বুলি গণ্য কৰিছিল। কিন্তু ৰাইজৰ ৰায় বিজেপিৰ বিৰুদ্ধে গৈছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd