• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ভুৱা চাকৰিৰ প্ৰতিশ্ৰুতিৰে ডাঙৰ চহৰলৈ প্ৰলোভিত কৰি আনি পতিতাবৃত্তিত ঠেলি দিয়া হয় উত্তৰ-পূবৰ যুৱতীক’

এন ই নাও নিউজ, শ্বিলং by এন ই নাও নিউজ, শ্বিলং
September 29, 2022 6:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

young girls from the Northeast lured to big cities উত্তৰ-পূবৰ পৰা দেশৰ ডাঙৰ চহৰলৈ যুৱতীৰ সৰবৰাহ চিন্তাৰ কাৰণ হৈ পৰিছে। মানৱ সৰবৰাহকাৰীসকলে উত্তৰ-পূবৰ যুৱতীসকলক ভুৱা চাকৰিৰ প্ৰতিশ্ৰুতি দি ডাঙৰ চহৰলৈ প্ৰলোভিত কৰি অনাৰ লক্ষ্য কৰি লয়।

এই দাবী ৰাষ্ট্ৰীয় মহিলা আয়োগৰ (এন চি ডব্লিউ) অধ্যক্ষা ৰেখা শৰ্মাৰ।

উত্তৰ-পূবৰ যুৱতীসকলক চাকৰিৰ প্ৰতিশ্ৰুতি দি ডাঙৰ চহৰলৈ প্ৰলোভিত কৰাৰ পিছত সৰবৰাহকাৰীসকলে এই যুৱতীবোৰক পতিতা বৃত্তিলৈ ঠেলি দিয়ে।

Apply Now

লগতে পঢ়ক: মধ্যাহ্ন ভোজনত কেৱল নিমখ-ভাত; ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বৰ্খাস্ত অধ্যক্ষ

মেঘালয়ৰ শ্বিলঙত “উত্তৰ পূৰ্বাঞ্চলত মানৱ সৰবৰাহ ৰোধ” (combating human trafficking in NER) সন্দৰ্ভত এক আঞ্চলিক পৰ্যায়ৰ অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই এই মন্তব্য কৰে। মেঘালয় ৰাজ্যিক মহিলা আয়োগৰ সহযোগত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল।

এন চি ডব্লিউৰ অধ্যক্ষগৰাকীয়ে কয় যে উত্তৰ-পূবৰ যুৱতীসকলক লাভজনক চাকৰিৰ মিছা প্ৰতিশ্ৰুতিৰে নতুন দিল্লী, কৰ্ণাটক, গোৱা আৰু মহাৰাষ্ট্ৰৰ দৰে ঠাইলৈ প্ৰলোভিত কৰা হৈছে।

লগতে পঢ়ক: গ্ৰেপ্তাৰী পৰোৱানা জাৰি; গ্ৰেপ্তাৰ হ’ব পাৰে একতা কাপুৰ, মাতৃ শোভা কাপুৰ

অৱশ্যে, এই যুৱতীবোৰৰ বেছিভাগেই পাৰ্লাৰ আৰু অন্যান্য অচিন স্থানত উপস্থিত হয় আৰু তেওঁলোকক দেহ ব্যৱসায়লৈ ঠেলি দিয়া হয়। এন চি ডব্লিউৰ অধ্যক্ষ ৰেখা শৰ্মাই এইদৰে কয়।

শৰ্মাই কয় যে উত্তৰ-পূবৰ যুৱতীসমুহ সৰবৰাহ কৰা ৰাজ্যসমূহৰ মহিলা আয়োগে উত্তৰ-পূবত থকা তেওঁলোকৰ গোটসমূহৰ সৈতে সহযোগিতা কৰিব লাগিব যাতে যুৱতীৰ এই সৰবৰাহ বন্ধ কৰিব পৰা যায়।

এন চি ডব্লিউৰ অধ্যক্ষই বিষয়টোত গুৰুত্ব আৰোপ কৰি কয়, “ইয়াৰে কিছুমান সৰবৰাহকাৰীৰ ভাল নেটৱৰ্কিং দক্ষতা আছে আৰু ডিজিটেলভাৱে ভালদৰে সংযোগিত হৈ থাকে। এই সৰবৰাহকাৰীসকলক প্ৰতিহত কৰিবলৈ মানৱ সৰবৰাহৰ বিৰুদ্ধে এই যুঁজত জড়িত সকলো অংশীদাৰৰ সৈতে একেলগে পদক্ষেপ লোৱা প্ৰয়োজন।”

এন ই নাও নিউজ, শ্বিলং

এন ই নাও নিউজ, শ্বিলং

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

July 3, 2026 11:33 am
হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

July 3, 2026 10:40 am
১৬ বছৰ পিছত নকআউটত জয়; অষ্ট্ৰিয়াক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিলে স্পেইনে

১৬ বছৰ পিছত নকআউটত জয়; অষ্ট্ৰিয়াক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিলে স্পেইনে

July 3, 2026 10:05 am
নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

July 3, 2026 9:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

July 3, 2026 11:33 am
হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

July 3, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd