• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ম্যানমাৰত সশস্ত্ৰ সংগ্ৰামৰ পথাৰ এৰি ভাৰতলৈ উভতিল NDFB(S)ৰ সকলো সদস্য

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 12, 2020 8:22 pm
NDFB-S-picture-750x375

প্ৰতীকী ছবি। ইণ্টাৰনেটৰ সৌজন্যত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰ চৰকাৰেৰে শান্তি আলোচনাত বহাৰ উদ্দেশ্যে বড়ো বিদ্ৰোহী গোট এনডিএফবি (এছ)ৰ সকলো নেতা আৰু কেডাৰে ম্যানমাৰৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰাৰ খবৰ আহিছে।

‘শনিবাৰে পুৱা NDFB(S)ৰ গোটেই ৫০গৰাকী সদস্যই ম্যানমাৰৰ পৰা গুচি আহে। ভাৰতীয় সেনাই নেতা আৰু কেডাৰসকলক আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা সুৰক্ষা দি সেনাৰ এক গোপন শিবিৰলৈ লৈ আহে।‘ News18ৰ আগত নাম গোপনে ৰখা সংগঠনটোৰ এজন শীৰ্ষ নেতাই কয়।

Apply Now

জানিব পৰা মতে NDFB(S)ৰ অধ্যক্ষ বি চাইৰাগ্ৰাই পৰিয়ালসহ তেওঁৰ দেহৰক্ষীৰ সৈতে সীমা পাৰ হৈ মণিপুৰৰ তামুত প্ৰৱেশ কৰাৰ বিপৰীতে সংগঠনটোৰ স্ব-ঘোষিত সম্পাদক বি ফেৰেংগাকে ধৰি আন আন নেতা আৰু কেডাৰসকলে নাগালেণ্ডৰ লংলে হৈ ভাৰতত প্ৰৱেশ কৰে।

অৱশ্যে এই পৰ্যন্ত অসম আৰক্ষীয়ে এই সম্পৰ্কে কোনো মন্তব্য কৰা নাই। এক সূত্ৰৰ মতে গৃহ মন্ত্ৰ্যয়ালয়ে প্ৰত্যক্ষভাৱে ইয়াৰ নিৰীক্ষণ কৰি আছে। সূত্ৰটোৰ মতে সংগঠনটোৰ শীৰ্ষ নেতাসকলক আলোচনাৰ বাবে দিল্লীলৈ লৈ যোৱা হ’ব।

উল্লেখযোগ্য যে ২০১৯ চনৰ মাৰ্চত NDFB(S)ৰ স্ব-ঘোষিত বৈদেশিক সম্পাদক নে এছেৰা ইভাঞ্জেলে তেওঁৰ দেহৰক্ষীৰ সৈতে নিৰাপত্তাৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছিল।

ইফালে NDFB(S) গোটে শান্তি আলোচনাৰ বাবে ভাৰতলৈ ঘুৰি অহাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে বড়ো ছাত্ৰ সন্থা (ABSU) আৰু ৰাজ্যৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই ইয়াক আদৰণি জনাইছে।

ABSUৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইশ্বলাৰিয়ে সাংবাদিকৰ আগত NDFB(S)ৰ সহস্ত্ৰ গোটক মূলসূঁতিলৈ অনাৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা ভূমিকাক আদৰণি জনাই বড়োসকলৰ দীৰ্ঘদিনিয়া ৰাজনৈতিক সমস্যাক সমাধান কৰিবলৈ আহ্বান জনায়।

আনহাতে সমাজ কল্যাণ মন্ত্ৰী তথা BPFৰ নেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ময়ো ভাৰত চৰকাৰৰ সৈতে আলোচনাৰ বাবে বিদ্ৰোহী গোটটোৱে দেখুৱা আগ্ৰহক আদৰণি জনাই কয় যে এইক্ষেত্ৰত BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ভূমিকা আছে।

তেওঁ আলফা(স্বা) আৰু কাৰ্বি বিদ্ৰোহী গোট KLOকো শান্তি আলোচনালৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd