DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টংলাত সন্দেহযুক্ত এন ডি এফ বি(এছ) লিংকমেন আটক; পিষ্টল উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2019 8:12 am
NDFB

আটক হোৱা এন ডি এফ বিৰ লিংক মেন গৰাকী

30k
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি জিলাৰ টংলা আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি এগৰাকী সন্দেহযুক্ত এন ডি এফ বি(এছ) গোটৰ লিংক মেনক আটক কৰে।

সন্দেহযুক্ত লিংক মেন গৰাকীক মঙলবাৰে সন্ধিয়া টংলা ৰে’লৱে ষ্টেশ্যনৰ পৰা আটক কৰা হয়।

আটক হোৱা লিংক মেন গৰাকী বাক্সা জিলাৰ বৰবৰি আৰক্ষী চকীৰ অন্তৰ্গত বৰদৌলা গাঁৱৰ ৰাজু বড়ো(২৯) বুলি চিনাক্ত কৰা হৈছে।

অভিযানৰ সময়ত আৰক্ষীয়ে ৰাজুৰ বড়োৰ পৰা এটা .২২ পিষ্টল জব্দ কৰে।

ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে গুৱাহাটীৰ বেলতলা অঞ্চলৰ পৰা মেদলা বসুমতাৰী(৩১) নামৰ আন এগৰাকী লোককো আটক কৰিছে।

মেদলা বসুমতাৰী ওদালগুৰি জিলাৰ দিমাকুছি আৰক্ষী চকীৰ অন্তৰ্গত দাৰুগাচুবাৰ বাসিন্দা।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান দুয়োজনকে সোধা-পোছা অব্যাহত ৰাখিছে বুলি নৰ্থ-ইষ্ট নাওক জনাইছে।

উল্লেখযোগ্য যে, কিছু দিন পূৰ্বে কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তত অসম আৰক্ষী আৰু সেনা বাহিনীয়ে চলোৱা যুটীয়া অভিযানত অস্ত্ৰ-শস্ত্ৰৰে সৈতে এগৰাকী এন ডি এফ বি(এছ) কেডাৰ আটক হৈছিল।

Recent News

A for Assam কোৱা প্ৰধানমন্ত্ৰী নাহিল! আনুষ্ঠানিকতা ৰক্ষা কৰি বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে আহিল কেন্দ্ৰৰ দল

A for Assam কোৱা প্ৰধানমন্ত্ৰী নাহিল! আনুষ্ঠানিকতা ৰক্ষা কৰি বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে আহিল কেন্দ্ৰৰ দল

শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বিষ্ণু দৌলৰ পৰা শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা

শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বিষ্ণু দৌলৰ পৰা শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা

ৰাজ্য চৰকাৰৰ যদি ধন আছেই কেন্দ্ৰক হেজাৰ হেজাৰ কোটি টকা বিচাৰে কিয়?-অজিত কুমাৰ ভূঞা

ৰাজ্য চৰকাৰৰ যদি ধন আছেই কেন্দ্ৰক হেজাৰ হেজাৰ কোটি টকা বিচাৰে কিয়?-অজিত কুমাৰ ভূঞা

তিনিচুকীয়াৰ কাকপথাৰত সেনাৰ সৈতে আলফা (স্বাঃ)ৰ তুমুল সংঘৰ্ষ, এজন আলফা কেডাৰ নিহত

তিনিচুকীয়াৰ কাকপথাৰত সেনাৰ সৈতে আলফা (স্বাঃ)ৰ তুমুল সংঘৰ্ষ, এজন আলফা কেডাৰ নিহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd