• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ভাৰত-ৰাছিয়া-চীনৰ মহামিলন! উদ্বেগ প্ৰকাশ আমেৰিকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2025 3:33 pm
76
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনত অনুষ্ঠিত হোৱা SCO সন্মিলনত ভাৰত, ৰাছিয়া আৰু চীনৰ মাজত ঘনিষ্ঠতা বৃদ্ধি হোৱা লগে লগে আলোড়ণৰ  সৃষ্টি কৰিছে বিশ্ব ৰাজনীতিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন ভ্ৰমণৰ সময়ত তেওঁক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনা ৰাষ্ট্ৰপতি চি জিনপিঙৰ সৈতে বিশেষ কথা-বতৰাত লিপ্ত হোৱা দেখা গৈছে। এই তিনিখন দেশৰ এই ঘনিষ্ঠতাই এতিয়া আমেৰিকাৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে।

এই পৰিস্থিতিৰ মাজতে আমেৰিকাই ভাৰত-আমেৰিকা সম্পৰ্কক একবিংশ শতিকাৰ পৰিচয় হিচাপে বৰ্ণনা কৰিছে। আমেৰিকাৰ  মতে, এই সম্পৰ্ক কেৱল কৌশলগত নহয়, ই মানুহৰ মাজত থকা বন্ধুত্বৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। আমেৰিকাৰ দূতাবাসে সামাজিক মাধ্যমত লিখিছে যে প্ৰতিৰক্ষা, উদ্ভাৱন আৰু দ্বিপাক্ষিক সম্পৰ্কই দুয়োখন দেশক আগুৱাই লৈ গৈছে।

Apply Now

যদিও আমেৰিকাৰ পৰা এনে সদিচ্ছা প্ৰকাশ কৰা হৈছে, প্ৰকৃততে ট্ৰাম্প চৰকাৰে ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছে। ৰাছিয়াৰ পৰা তেল ক্ৰয়ক লৈ প্ৰথমে ২৫ শতাংশ আৰু তাৰ পিছত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰা হৈছে। লগতে ট্ৰাম্পৰ উপদেষ্টা পীটাৰ নাভাৰোৱে একাধিকবাৰ ভাৰতৰ বিৰুদ্ধে কঠোৰ মন্তব্য কৰিছে।

২৮ আগষ্টত নাভাৰোৱে অভিযোগ কৰিছে যে ৰাছিয়া-ইউক্ৰেইন সংঘাত “মোদীৰ যুদ্ধ”। তেওঁৰ মতে, ভাৰতে ৰাছিয়াৰ পৰা সস্তাত তেল ক্ৰয় কৰি অধিক মূল্যত বিক্ৰী কৰি পুটিনক সহায় কৰি আহিছে। তাৰ পিছদিনাই নাভাৰোৱে ভাৰতক “ক্ৰেমলিনৰ ধনৰ সহায়ক” বুলি অভিহিত কৰিছে।

ভাৰত-আমেৰিকা সম্পৰ্ক ট্ৰাম্পৰ দ্বিতীয় শাসনকালত অৱনতি হোৱা পৰিলক্ষিট হৈছে। এই অৱস্থাত ভাৰতে চীনৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰাৰ লগতে ৰাছিয়াৰ সৈতে পৰম্পৰাগত বন্ধুত্ব অটুট ৰাখিছে। ট্ৰাম্পে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰিব বুলি ভাবুকি দিলেও ভাৰতে সেই ভাবুকি উপেক্ষা কৰি তেল ক্ৰয় অব্যাহত ৰাখিছে।

চীনত অনুষ্ঠিত এই SCO বৈঠকত ভাৰত-ৰাছিয়া-চীনৰ একতাই বিশ্ব ৰাজনীতিত ভবিষ্যতে বৃহৎ পৰিৱৰ্তনৰ পথ উন্মোচন কৰিব পাৰে বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে। তিনিখন দেশে মিলি প্ৰায় প্ৰত্যক্ষভাৱে আমেৰিকাৰ একপক্ষীয় নীতিৰ বিৰোধিতা কৰিছে। অৱশ্যে ভৱিষ্যতত বিশ্ব ৰাজনীতিক এই মহামিলনে কেনেকৈ আকাৰ দিব, সেয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd