DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন ডি আৰ এফত এবছৰৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব মহিলা কেডাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2019 6:23 pm
NDRF

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

6.6k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ (এন ডি আৰ এফ)ত এবছৰৰ ভিতৰত মহিলা কেডাৰক অন্তৰ্ভুক্ত কৰা হ’ব।

কেন্দ্ৰীয় চৰকাৰে ২০১৮ চনত এন ডি এৰ এফ বেটেলিয়নত মহিলা কেডাৰক অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

এন ডি আৰ এফৰ সঞ্চালক প্ৰধান এছ এন প্ৰধান জনোৱা অনুসৰি পূৰ্বে মহিলা কেডাৰ সকলক ৰখাৰ বাবে প্ৰয়োজনীয় আৱাস আৰু সা-সুবিধা উপলব্ধ নাছিল যদিও বৰ্তমান মহিলা কেডাৰসকলক ৰখাৰ বাবে থকাৰ সকলো সু-ব্যৱস্থা প্ৰস্তুত হৈ উঠিছে।

‘‘আমি মহিলা অপাৰেটৰ সকলৰ নিয়োগ প্ৰক্ৰিয়া আৰম্ভ কৰিছো’’- প্ৰধানে কয়।

আনহাতে, কেন্দ্ৰীয় চৰকাৰক এবছৰৰ ভিতৰত নিৰ্দিষ্ট পৰিমানৰ মহিলা কেডাৰ এন ডি আৰ এফত অন্তৰ্ভুক্ত কৰিব পৰা যাব বুলিও সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰে।

তদুপৰি, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু দিল্লীত অৱস্থিত হোৱাকৈ এন ডি আৰ এফৰ নতুন চাৰিটা বেটেলিয়ন গঠন কৰা হৈছে বুলিও তেওঁ জনায়।

বৰ্তমান এন ডি আৰ এফত মুঠ ১২ টা বেটেলিয়ন আছে।

Recent News

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd