• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাৰিটা সমষ্টিৰ উপ নিৰ্বাচনত ভোটদানৰ হাৰ ৭২.২৬ শতাংশ; জনীয়াত সৰ্বাধিক হাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 21, 2019 10:10 pm

1 min read

Voters-in-que-750x375
2k
VIEWS
Share on FacebookShare on Twitter

আজি ৰাজ্যত অনুষ্ঠিত হোৱা চাৰিটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত প্ৰায় ৭২.৬২ শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰে।

ৰাজ্যিক নিৰ্বাচন আয়োগে ভোটদানৰ হাৰ প্ৰকাশ কৰাৰ লগতে চাৰিওটা সমষ্টিতে শান্তিপূৰ্ণভাৱে ভোটদান সম্পন্ন হোৱা বুলি জানিবলৈ দিয়ে।

উপ নিৰ্বাচন অনুষ্ঠিত হোৱা বিধানসভা সমষ্টি কেইটা হৈছে ৰাতাবাৰী, ৰঙাপাৰা, সোণাৰী আৰু জনীয়া।

উল্লেখ্য যে সামগ্ৰিক ভোটদানৰ হাৰ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলিও নিৰ্বাচন আয়োগে প্ৰকাশ কৰে।

ইফালে চাৰিটা সমষ্টিৰ ভিতৰত সৰ্বাধিক ৭৮.২১ শতাংশ জনীয়াত, ৰঙাপাৰাত ৭৭.৫০ শতাংশ, ৭৪.৩৭ শতাংশ ৰাতাবাৰীত আৰু সোণাৰীত ৬৬.৪০ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে যোৱা লোকসভা নিৰ্বাচনত ৰঙাপাৰাৰ পৰা বিধায়ক পল্লৱলোচন দাস, সোণাৰীৰ পৰা তপন গগৈ, জনীয়াৰ পৰা আব্দুল খালেক আৰু ৰাতাবাৰীৰ পৰা কৃপানাথ মাল্লা লোকসভালৈ নিৰ্বাচিত হোৱাৰ পাছৰে পৰা আসনকেইখন খালী হৈ আছিল।

অহা ২৪ অক্টোবৰ অৰ্থাৎ বৃহস্পতিবাৰে উপ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd