• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৱধান: জানি থওঁক কেনে বিবাহ বৰ্হিভূত ডেটিং এপে আউল লগাব পাৰে কাৰোৱাৰ সাংসাৰিক জীৱনত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2020 7:19 am
aaaa 500x300_life_9723
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোবাইল ফোনটো এতিয়া মানুহৰ এৰাব নোৱাৰা সংগী হৈ পৰিছে।

ফোনটোৰ বাবেই বহুতৰে সংসাৰত কাজিয়া-পেছালৰো সৃষ্টি হৈ আহিছে।

Apply Now

মোবাইল ফোনটোৱে ভাৰ্চুৱেল পৃথিৱী খনৰ সৈতে মানুহক বাৰুকৈয়ে অভ্যস্ত কৰি তুলিছে। বহুতৰে বাবে নিঃসংগ সময়ৰ সংগী এতিয়া কিতাপ এখন অথবা মনে মিলা বন্ধু এগৰাকী হোৱাৰ সলনি মোবাইল ফোনটোহে হৈ পৰিছে।

নিঃসংগতা দূৰ কৰিবলৈ বহুতে মোবাইল ফোনত দূৰ-দূৰণিৰ অচিন লোকৰ সৈতে ছাটিং কৰে,কোনো দিনে নেদেখা লোক এগৰাকীৰ আগতো খুলি কয় মনৰ কথা।লক ডাউনৰ সময়ৰে পৰা মোবাইল ফোনৰ ব্যৱহাৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে লক্ষ্যণীয় ভাবে বৃদ্ধি পাইছে।

এই সময়ছোৱাত পৰ্ণ ছাইট বোৰৰ উপৰি বিবাহ বৰ্হিভূত ডেটিং এপ সমূহৰ চাহিদাও বৃদ্ধি হোৱা দেখা গৈছে। বিবাহ বৰ্হিভূত ডেটিং এপ সমূহৰ জৰিয়তে কোনো এগৰাকী লোকে আন কোনো লোকৰ সৈতে বন্ধুত্ব পাতিব পাৰে, খুলি ক’ব পাৰে মনৰ কথা।

শালীনতা, গোপনীয়তা আদি কথা বোৰ এনে এপ ব্যৱহাৰকাৰীৰ বাবে হৈ পৰিব পাৰে গৌণ কথা। যিকিনহওঁক, এনে বিবাহ বৰ্হিভূত ডেটিং এপ ব্যৱহাৰ কৰাৰ বাবেই বহুতৰে সংসাৰত আউল নলগাও নহয়।

ভাৰতত লক ডাউনৰ সময়ত জনপ্ৰিয় হৈ পৰা এনে ডেটিং এপ সমূহে বিভিন্ন উপায়েৰে ইউজাৰ বৃদ্ধি কৰাৰ চেষ্টা চলায়। বহুতে কৌতূহলৰ বশৱৰ্তী হৈ এনে এপ ডাউনলোডো কৰে।

শেহতীয়াকৈ জনপ্ৰিয় হৈ পৰা বিবাহ বৰ্হিভূত ডেটিং এপৰ ভিতৰত Gleeden, Tinder, Aisle আদি অন্যতম। বিগত কিছুদিনৰ ভিতৰতে Gleeden ৰ ইউজাৰৰ সংখ্যা ভাৰতত ১৩ লাখ হৈছে গৈ।

ইয়াৰ বাবে এপটোৰ কৰ্তৃপক্ষই ভাৰতৰ ইউজাৰসকলক শেহতীয়াকৈ ধন্যবাদো জনাইছে।এনে এপ ব্যৱহাৰ কৰি বহুতে মাজে সময়ে বিপদত পৰাও দেখা যায়।

অচিন লোকৰ কথা অনুসৰি বহুতে নিজৰ বেংকৰ তথ্য দিয়াৰ ফলত একাউণ্ট খালি হোৱাৰো বহু ঘটনা ঘটিছে।নিশা বহুতে বিছনাত গোপনে এনে এপ ব্যৱহাৰ কৰাৰ ফলত পতী-পত্নীৰ মাজত বিভেদৰ প্ৰাচীৰো সৃষ্টি হৈ আহিছে।

সেয়ে পৰাপক্ষত বিবাহ বৰ্হিভূত ডেটিং এপৰ পৰা আঁতৰত থকাই মংগল বুলি কৈ আহিছে ভূক্তভোগীৰ লগতে সচেতন লোকসকলেও। অৱশ্যে শেষ সিদ্ধান্ত ল’ব কেৱল ব্যৱহাৰকাৰীয়েহে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd