• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০১৪ তে ম্যাদ ওকলিছিল নিপক’ৰ বিস্ফোৰিত পাইপলাইনৰ : অভিযোগ কংগ্ৰেছৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 9, 2019 5:41 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে নীপক’ পৰিচালিত কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাইপলাইনৰ বিস্ফোৰণৰ আঁৰৰ ৰহস্য উদঘাটন কৰিছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গা দাস বড়োৱে। ২০১৪ চনতে বিস্ফোৰিত পাইপলাইনৰ ম্যাদ ওকলিছিল বুলি দাবী কৰে বড়োৱে।

‘২০১৪ চনতে নিপকো জলবিদ্যুৎ প্ৰকল্পৰ পাইপডাল সলনি কৰিব লাগিছিল যদিও নকৰিলে। তেতিয়াই তাৰ ম্যাদ উকলি গৈছিল।‘ ৰাজীৱ ভৱনত সম্বোধন কৰা এক সংবাদমেলত এই অভিযোগ আনিছে প্ৰদেশ কংগ্ৰেছে।

Apply Now

উল্লেখ কৰিব পাৰি যে, ২০১৪ চনত কেন্দ্ৰত নতুনকৈ বিজেপি চৰকাৰ শাসনলৈ আহিছিল যদিও ৰাজ্যত তেতিয়াও কংগ্ৰেছেই শাসন চলাই আছিল।

‘২০০ কোটি টকা কেন্দ্ৰৰ ফালৰ পৰা পাইপ সলনি কৰাৰ বাবে অনুমোদন হৈছিল। নিপকোক ধনৰাশি মোকলাই দিব নোৱাৰাৰ বাবে পাইপডাল মেৰামতি কৰিব নোৱাৰিলে, যাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে।‘ সংবাদমেলত দুৰ্গাদাস বড়োৱে কয়।

ইপিনে, একেখন সংবাদমেলতে নীপক’ক এনএইচপিচিক বিক্ৰী কৰি দিয়াৰো ষড়যন্ত্ৰ চলাইছে বুলিও অভিযোগ তোলে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে

তেওঁ কয় ‘প্ৰতিবছৰে ২০০ কোটি টকা নিপক’ৰ পৰা লাভ হৈ আছে যদিও প্ৰতিদিনে ৫ কোটি টকাকৈ লোকচান ভৰি থকা এনএইচপিচিক হস্তান্তৰ কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। হাজাৰ হাজাৰ কৰ্মচাৰীৰে নিপক’ প্ৰকল্প চলি আছে।‘

‘তাৰ পাছতো কি কাৰণত কেন্দ্ৰীয় চৰকাৰে নিপক’ক বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে? এই প্ৰশ্ন কৰি বড়োৰ দাবী ‘এই হঠকাৰী সিদ্ধান্ত স্থগিত ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰক কংগ্ৰেছে দাবী জনাইছো।‘

আনহাতে, নীপক’ৰ অধ্যক্ষ বিনোদ কুমাৰ সিঙক আৰ.এছ.এছৰ পৃষ্ঠপোষক আখ্যা দিয়ে বড়োৱে।

‘সিঙ উপাধিৰ নিপক’ৰ অধ্যক্ষগৰাকী আৰ.এছ.এছ বিদ্যালয়ৰ পৰা পাছ কৰি অহা। তেওঁ সম্পূৰ্ণ আৰএছএছৰ নীতি আদৰ্শৰে চলি আহিছে। তেওঁ নিপক’ৰ অধ্যক্ষ বুলি কোৱাতকৈ আৰ.এছ.এছৰ পৃষ্ঠপোষক বুলি কৈহে গৌৰৱ অনুভৱ কৰা হৈছে।‘ বড়োৱে এইদৰে কয়।

ইপিনে, নিপকোত কৰ্মৰত চাৰিজনকৈ কৰ্মচাৰী বৰ্তমানো সন্ধানহীন হৈ থকা বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি বড়োৱে কয় ‘দুটা দিন অতিক্ৰম কৰাৰ পাছতো সেই চাৰিগৰাকী নিপক’ৰ কৰ্মচাৰীক উদ্ধাৰৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। কংগ্ৰেছৰ দাবী চৰকাৰ অথবা নিপক’ কৰ্তৃপক্ষই এই চাৰিজন শ্ৰমিকক উদ্ধাৰৰ ব্যৱস্থা কৰিব লাগে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am
হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 10:00 am
সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 9, 2026 9:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd