• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাত্ৰ ২ ছেন্টমিটাৰৰ বাবে থমকিল নীৰজ চোপ্ৰা; পেৰিচ অলিম্পিকৰ পূৰ্বে ডোহাত কি ঘটিল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2024 12:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলিম্পিক চেম্পিয়নৰ খিতাপ ৰক্ষাৰ বাবে এইবাৰ পেৰিছলৈ যাব নীৰজ চোপ্ৰা। অৱশ্যে তাৰ আগতে তেওঁ যোৱা বছৰ জয়ী হোৱা এটা ডাঙৰ খিতাপ হেৰুৱালে। ভাৰতৰ ছুপাৰষ্টাৰ জেভেলিন থ্ৰ’ৱাৰগৰাকী ডোহা ডাইমণ্ড লীগত ২ ছে.মি.ৰ বাবে দ্বিতীয় স্থানতে সন্তুষ্ট হ’ব লগা হ’ল।

যোৱা বছৰ ডোহা ডাইমণ্ড লীগত এক নম্বৰ স্থান দখল কৰা নীৰজ চোপ্ৰাক পৰাস্ত কৰি চেক গণৰাজ্যৰ ইয়াকুবে পিছ পেলালে। নীৰজ চোপ্ৰাই ৮৮.৩৬ মিটাৰ দূৰত্বলৈ জেভলিন নিক্ষেপ কৰাৰ বিপৰীতে চেক ৰিপাব্লিকান দলৰ থ্ৰ’ৱাৰগৰাকীয়ে ৮৮.৩৮ মিটাৰ দূৰত্ব নিক্ষেপ কৰিছিল।

লগতে পঢ়কঃ IPL 2024: শুভমন-সুদৰ্শনৰ শতকেৰে দুৰ্দান্ত জয়! গুজৰাটৰ হাতত হাৰি কঠিন হ’ল চেন্নাইৰ প্লে অফৰ পথ

Apply Now

দুবাৰৰ বিশ্ব চেম্পিয়ন এণ্ডাৰছন পিটাৰ্ছে ডোহা ডাইমণ্ড লীগত তৃতীয় স্থান দখল কৰে। তেওঁ ৮৬.৬২ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰে। ভাৰতৰ আন এজন জেভেলিন থ্ৰ’ৱাৰ কিশোৰ জেনাইও ডোহা ডাইমণ্ড লীগত অভিষেক ঘটালেও তেওঁৰ প্ৰদৰ্শন যথেষ্ট হতাশাজনক আছিল। তৃতীয় ৰাউণ্ডতে কিশোৰ জেনা বাহিৰ হয়। তেওঁৰ শ্ৰেষ্ঠ নিক্ষেপ আছিল ৭৬.৩১ মিটাৰ। ২৮ বছৰীয়া জেনাৰ ব্যক্তিগত শ্ৰেষ্ঠ থ্ৰ’ হৈছে ৮৭.৫৪ মিটাৰ, যিটো তেওঁ যোৱা বছৰ এছিয়ান গেমছত অৰ্জন কৰিছিল আৰু ৰূপৰ পদক লাভ কৰিছিল।

ডোহা ডাইমণ্ড লীগত নীৰজ চোপ্ৰাক অতিক্ৰম কৰি যোৱা চেক গণৰাজ্যৰ থ্ৰ’ৱাৰগৰাকীয়ে টকিঅ’ অলিম্পিকত ৰূপ আৰু বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। এই দুয়োটা জেভেলিন ইভেণ্টতে নীৰজ চোপ্ৰাই সোণৰ পদক লাভ কৰিছিল। যোৱা বছৰ নীৰজ চোপ্ৰাই ৮৮.৬৭ মিটাৰ জেভেলিন নিক্ষেপ কৰি ডোহা ডাইমণ্ড লীগ জয় কৰিছিল। ইয়াৰ পিছতে ইয়াকুবে ৮৮.৬৩ মিটাৰ দূৰত্বৰে আৰু এণ্ডাৰছন পিটাৰ্ছে ৮৫.৮৮ মিটাৰ দূৰত্বৰে তৃতীয় স্থান লাভ কৰিছিল।

লগতে পঢ়কঃ মহিলাৰ শ্লীলতাহানিৰ অভিযোগ! নিৰ্বাচনৰ মাজতে গ্ৰেপ্তাৰ হ’ল হেভিৱেট বিজেপি নেতা

পৰৱৰ্তী ডাইমণ্ড লীগ অহা ৭ জুলাইৰ পৰা পেৰিছত অনুষ্ঠিত হ’ব। ১৩ আৰু ১৪ ছেপ্টেম্বৰত ব্ৰাছেলছত অনুষ্ঠিত হ’বলগীয়া ডাইমণ্ড লীগৰ ফাইনেলত প্ৰৱেশ কৰিব শীৰ্ষ ৬ জন জেভেলিন থ্ৰৱাৰে। তাতেই বিজয়ীক ডাইমণ্ড লীগৰ ট্ৰফী দিয়া হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

September 15, 2026 12:48 pm
মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

September 15, 2026 12:31 pm
দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

September 15, 2026 12:03 pm
NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

September 15, 2026 11:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

September 15, 2026 12:48 pm
মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

September 15, 2026 12:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd