• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“নেহা বৰা মোতকৈ ভাল জেন জি”, মুকলিকৈ স্বীকাৰ চিজেপিৰ মুৰব্বী অভিজিৎ ডিপকেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 4, 2026 8:07 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ৰাজনীতি আৰু ছাত্ৰ আন্দোলনত বৰ্তমান সময়ত নতুন প্ৰজন্মৰ অৰ্থাৎ জেন জি নেতাসকলৰ সক্ৰিয়তা ক্ৰমাৎ বৃদ্ধি পাইছে। ইয়াৰ মাজতে শেহতীয়াকৈ চৰ্চালৈ আহিছে ককৰোচ জনতা পাৰ্টি (চিজেপি)ৰ মুৰব্বী অভিজিৎ ডিপকে আৰু অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েশ্যন (আইছা)ৰ নেত্রী নেহা বৰা বিষয়ক এক প্ৰসংগ।

ছ’চিয়েল মিডিয়া এক্স (পূৰ্বৰ টুইটাৰ)ত এজন ব্যৱহাৰকাৰীয়ে দিল্লীৰ যন্তৰ-মন্তৰত অনুষ্ঠিত হোৱা প্ৰতিবাদস্থলীত নেহা বৰাৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁৰ নেতৃত্বক অভিজিৎ ডিপকেৰ সৈতে তুলনা কৰিছিল। এই তুলনাক মুকলিকৈ স্বীকাৰ কৰি অভিজিৎ ডিপকেই চমুকৈ প্ৰত্যুত্তৰ দি কয় যে তেওঁ এই কথাত সম্পূৰ্ণ সন্মত। তেওঁৰ এই সৰল আৰু স্পষ্ট উত্তৰে ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছে।

Apply Now

যদিও অভিজিৎ ডিপকে আৰু নেহা বৰা পৃথক পৃথক সংগঠনৰ সৈতে জড়িত, তথাপিও দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ জনস্বাৰ্থৰ বিষয়ত তেওঁলোকক ইজনে সিজনৰ কাষত থিয় দিয়া দেখা গৈছে। ইয়াৰ পূৰ্বে নীট প্ৰশ্নকাকত ফাদিল কাণ্ডক লৈ হোৱা প্ৰতিবাদৰ সময়ত নেহা বৰাই তিনি সপ্তাহজোৰা অনশন ধৰ্মঘটত অংশগ্ৰহণ কৰিছিল, যিটো বিষয়ত চিজেপিৰ তৰফৰ পৰাও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল।

বৰ্তমান মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীক কেনি লৈ দুয়োটা সংগঠনেই সক্ৰিয় হৈ পৰিছে। শেহতীয়াকৈ মুম্বাইত চিজেপিয়ে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ বিপৰীতে দিল্লীৰ যন্তৰ-মন্তৰত নেহা বৰা আৰু তেওঁৰ সংগঠনৰ সদস্যসকলে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰে। আনকি সেই প্ৰতিবাদৰ সময়তে দিল্লী আৰক্ষীয়ে নেহা বৰাক আন প্ৰতিবাদকাৰীসকলৰ সৈতে আটক কৰিছিল।

অভিজিৎ ডিপকেৰ দৰে এজন সক্ৰিয় ৰাজনৈতিক নেতাৰ মুখত আন এটা সংগঠনৰ এগৰাকী যুৱ নেত্ৰীৰ প্ৰতি এনে স্বীকৃতিয়ে তৰুণ প্ৰজন্মৰ আন্দোলনসমূহৰ মাজত এক নতুন সৌহার্দ্য আৰু সহযোগিতাকে প্ৰতিফলিত কৰিছে। যুৱ প্ৰজন্মৰ মাজত নেহা বৰাৰ ক্ৰমবৰ্ধমান প্ৰভাৱ আৰু নেতৃত্বক তেওঁ মুকলিকৈ মানি লোৱা ঘটনাই ৰাজনৈতিক বিশ্লেষকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই সমগ্ৰ ঘটনাৰ জৰিয়তে বৰ্তমানৰ ছাত্ৰ আৰু ৰাজনৈতিক আন্দোলনসমূহত জেন জি তৰুণ নেতৃত্বৰ ভূমিকা আৰু গুৰুত্ব যে দিনক দিনে অধিক স্পষ্ট হৈ পৰিছে, সেই কথাই প্ৰমাণিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জয়-পৰাজয় থাকেই! ব্ৰাজিলৰ বিৰুদ্ধে সাহসী প্ৰদৰ্শনেৰে কোটি কোটি ভাৰতীয়ৰ মন জয়

জয়-পৰাজয় থাকেই! ব্ৰাজিলৰ বিৰুদ্ধে সাহসী প্ৰদৰ্শনেৰে কোটি কোটি ভাৰতীয়ৰ মন জয়

October 4, 2026 8:27 am
“নেহা বৰা মোতকৈ ভাল জেন জি”, মুকলিকৈ স্বীকাৰ চিজেপিৰ মুৰব্বী অভিজিৎ ডিপকেৰ

“নেহা বৰা মোতকৈ ভাল জেন জি”, মুকলিকৈ স্বীকাৰ চিজেপিৰ মুৰব্বী অভিজিৎ ডিপকেৰ

October 4, 2026 8:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd