• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেলবৰ্ণৰ অনুষ্ঠানত এটকাও নাপালে নেহা কক্কৰে! লাজে-অপমানে কি ক’লে গায়িকাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2025 7:57 am
10.1k
VIEWS
Share on FacebookShare on Twitter

কিছুদিন পূৰ্বে বিতৰ্কত লিপ্ত হৈছিল নেহা কক্কৰ। মেলবৰ্ণত অনুষ্ঠান কৰিবলৈ গৈ নেহা কক্কাৰ প্ৰায় তিনি ঘণ্টাৰ পিছত উপস্থিত হয়। দৰ্শকক অপেক্ষা কৰি ৰখাৰ ফলস্বৰূপে মঞ্চত উঠি অহাৰ লগে লগে নেহাক ‘গ’ বেক’ শ্লোগানেৰে আদৰণি জনোৱা হয়। দৰ্শকৰ ক্ষোভৰ সন্মুখীন হৈ নেহাই কান্দিবলৈ আৰম্ভ কৰে।

এই ঘটনা ইণ্টাৰনেটত বিয়পি পৰাৰ লগে লগে নেহাৰ ফালে কটাক্ষৰ জোৱাৰ উঠে। এইবাৰ নেহাই নিজৰ বিষয়ে স্পষ্ট কৰিবলৈ গৈ লিখিছে, ‘মই তিনি ঘণ্টা দেৰি কৰাটোহে মাথোঁ সকলোৱে দেখিলে, কিন্তু ইয়াৰ আঁৰৰ আচল কাৰণ কোনেও নুসুধিলে। মই ইমান কথা নকওঁ, কিন্তু যেতিয়া মোৰ বিষয়ে ইমানখিনি কোৱা হ’ল, তেতিয়া আচল কাহিনীটো পোহৰলৈ অনাৰ প্ৰয়োজন।”

নেহাই লিখিছে, ‘আপোনালোকে জানেনে যে মই মেলবৰ্ণত সম্পূৰ্ণ বিনামূলীয়াকৈ অনুষ্ঠান পৰিৱেশন কৰি আহিছো? অনুষ্ঠানৰ কৰ্মকৰ্তাসকলে মোক আৰু মোৰ সহায়কসকলক ধননিদিয়াকৈয়ে গুচি গ’ল। কেৱল সেয়াই নহয়, তেওঁলোকে আমাক পানী, খাদ্য, হোটেলৰ ব্যৱস্থাও কৰা নাছিল। মোৰ স্বামী আৰু মোৰ সহায়কসকলে বেণ্ডৰ বাকী সদস্যসকলক টকা দিছিল।’

Neha Kakkar crying for being 3 hrs late at a Melbourne show
She also performed for less than 1 hour #NehaKakkar pic.twitter.com/TGyhaeCjpu

— Redditbollywood (@redditbollywood) March 24, 2025

কণ্ঠশিল্পীগৰাকীয়ে লিখিছে, ‘এই সকলোবোৰ সমস্যাৰ মাজতো মই কোনো জিৰণি নোলোৱাকৈ মঞ্চত উঠি গান গাইছো। সেই সময়ত মোৰ মনত মাত্ৰ এটা কথাই চলি আছিল, দৰ্শকে মোৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰি আছে।”

Recent News

ঘাতক প্ৰেম! ইন্দোৰৰ ভাড়াঘৰত সোণমৰ বাবে ৫ হাজাৰ টকাৰ খাদ্য-সামগ্ৰী ক্ৰয় কৰিছিল ৰাজে

ঘাতক প্ৰেম! ইন্দোৰৰ ভাড়াঘৰত সোণমৰ বাবে ৫ হাজাৰ টকাৰ খাদ্য-সামগ্ৰী ক্ৰয় কৰিছিল ৰাজে

গুৱাহাটীৰ মাজমজিয়াত ফল-মূলৰ ব্যৱসায়ীক ছুৰীৰে আক্ৰমণ কৰি পলায়ন ইউটিউবাৰ ৰাব্বানী স্বয়ামৰ

গুৱাহাটীৰ মাজমজিয়াত ফল-মূলৰ ব্যৱসায়ীক ছুৰীৰে আক্ৰমণ কৰি পলায়ন ইউটিউবাৰ ৰাব্বানী স্বয়ামৰ

মৰাণ আৰক্ষীৰ জালত আলফা(স্বাধীন)ৰ আণ্ডাৰগ্ৰাউণ্ড সদস্য ছফিউদ্দিন আহমেদ

মৰাণ আৰক্ষীৰ জালত আলফা(স্বাধীন)ৰ আণ্ডাৰগ্ৰাউণ্ড সদস্য ছফিউদ্দিন আহমেদ

দৰা হ’ব কোন! লাখ লাখ অনুৰাগীৰ হৃদয় ভাঙি বিয়াত বহিব ‘আইপিএলৰ ৰাণী’ কাব্য মৰাণ?

দৰা হ’ব কোন! লাখ লাখ অনুৰাগীৰ হৃদয় ভাঙি বিয়াত বহিব ‘আইপিএলৰ ৰাণী’ কাব্য মৰাণ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd