DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নেলচন মেণ্ডেলাৰ কন্যাৰ ৫৯ বছৰ বয়সত দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
July 13, 2020 7:01 pm
নেলচন মেণ্ডেলাৰ জীয়ৰী, উৎস-ইণ্টাৰনেট

নেলচন মেণ্ডেলাৰ জীয়ৰী, উৎস-ইণ্টাৰনেট

1.4k
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ আফ্ৰিকাৰ জাতিৰ পিতা তথা মহান নেতা নেলচন মেণ্ডেলাৰ জীয়ৰী জিণ্ডজি মেণ্ডেলাৰ সোমবাৰে দেহাৱসান ঘটে।

সোমবাৰে ৰাতিপুৱা দক্ষিণ আফ্ৰিকাৰ জোহানছবাৰ্গত ৫৯ বছৰ বয়সত নেলচন মেণ্ডেলাৰ জীয়ৰি জিণ্ডজিৰ মৃত্যু হয়।

জিণ্ডজিৰ মৃত্যুৰ বাতৰি দক্ষিণ আফ্ৰিকান সম্প্ৰচাৰ বিভাগে ৰাজহুৱা কৰে।

নেচলন মেণ্ডেলাৰ জিয়ৰী জিণ্ডজি মেণ্ডেলাই ২০১৫ বৰ্ষৰ পৰা ডেনমাৰ্কত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰদূত হিচাপে কৰ্মৰত আছিল।

জিণ্ডজি মেণ্ডেলা নেলচন মেণ্ডেলাৰ ষষ্ঠ সন্তান।

জিণ্ডজি মেণ্ডেলাৰ মৃত্যুত সমগ্ৰ দক্ষিণ আফ্ৰিকাত শোকৰ ছাঁ পৰাৰ লগতে দক্ষিণ আফ্ৰিকাৰ জনসাধাৰণে প্ৰায়ত নেত্ৰী গৰাকীক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা সংগ্ৰামত নেলচন মেণ্ডেলাই গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছিল।

ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰধান ভূমিকা পালন কৰা মহাত্মা গান্ধীৰ সৈতেও নেলচন মেণ্ডেলাৰ সু-সম্পৰ্ক আছিল। নেলচন মেণ্ডেলা কলকাতালৈ অহাৰ সময়ত সুধাকণ্ঠ ভূপেন হাজৰিকাই জিন্দাবাদ মেণ্ডেলা শীৰ্ষক আদৰণি গানটো লিখিছিল।

Recent News

Asaram Bapu

আশ্ৰমত শিষ্যক ধৰ্ষণ: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত স্বয়ম্ভু গডমেন আশাৰাম বাপু

Visakhapatnam Andhra Pradesh

বিশাখাপট্টনম হ’ব অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী: ঘোষণা মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ

death threat to Kejriwal

কেজৰিৱালৰ জীৱনলৈ সংশয়! আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি কেজৰিৱালক হত্যাৰ ভাবুকি

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd