• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিআৰৰ নেপালী (গোৰ্খা) জনগোষ্ঠীৰ লোকসকলক সংৰক্ষিত শ্ৰেণীত অন্তৰ্ভূক্তিৰ সিদ্ধান্ত কেবিনেটৰ

কোচ ৰাজবংশী জাতীয় মহাসভাৰ আদৰণি

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
July 9, 2021 7:51 pm
biss
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ষষ্ঠ অনুসূচীৰ অন্তৰ্গত বিটিআৰৰ চাৰিখন জিলাৰ নেপালী (গোৰ্খা) জনগোষ্ঠীৰ লোকসকলক সম্পূৰ্ণ ভূমিৰ অধিকাৰ প্ৰদান কৰি সংৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ বাবে অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তক আদৰণি জনাইছে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে ৷

আজি চিৰাং জিলাৰ বিজনী চহৰত অনুষ্ঠিত এখন সংবাদমেল যোগে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক তথা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে কয় যে ব্ৰিটিছ উপনিৱেশ শাসনৰ সময়তে ভূমি সংৰক্ষণ আইন প্ৰণয়ন কৰি তদানীন্তন কমতাপুৰৰ অংগ অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী সকলোক সংৰক্ষিত শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰিছিল যদিও অসমৰ বাকী জিলাসমূহত সংৰক্ষিত তালিকাৰ পৰা বাহিৰত আছিল ৷

Apply Now

যাৰ বাবে উক্ত জিলাসমূহত কোচ ৰাজবংশী সকলে মাটি ক্ৰয়-বিক্ৰয় আৰু নামজাৰি কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাত ভূগিব লগা হয় ৷ ২০০৩ চনত বিটিচি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত অবিভক্ত গোৱালপাৰা জিলাৰ কোকৰাঝাৰ আৰু চিৰাং জিলাৰ কোচ ৰাজবংশী সকল সংৰক্ষিত শ্ৰেণীৰ সুবিধা পাই থাকিল যদিও বাক্সা আৰু ওদালগুৰি জিলাৰ ভূমিপুত্ৰ কোচ ৰাজবংশী সকল সংৰক্ষিত আসনত অন্তৰ্ভুক্ত নোহোৱাত ভূমি অধিকাৰৰ পৰা বঞ্চিত হৈ আছে ৷

কোচ ৰাজবংশী নেতা বিশ্বজিৎ ৰায়ে নেপালী সকলোৰ দৰে সকলোকে সমদৃষ্টিৰে বিটিআৰৰ বাক্সা আৰু ওদালগুৰি জিলাৰ কোচ ৰাজবংশী সকলোৰ লগতে বিটিআৰ অঞ্চলৰ আন আন খিলঞ্জীয়া জনগোষ্ঠী সমূহকো ভূমিৰ অধিকাৰ প্ৰদান কৰি সংৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্ত কৰিবলৈ অসম চৰকাৰক আহ্বান আনায় ৷ লগতে বিটিআৰ অঞ্চলত মাটি ক্ৰয়-বিক্ৰয়ৰ বাবে কোকৰাঝাৰ কেন্দ্ৰীক যি ব্যৱস্থা সেইটো লাঘব কৰি প্ৰতিটো ৰাজহৰ চক্ৰ বিষয়াক অৰ্পণ কৰিবলৈও অসম চৰকাৰক দাবী জনায় ৷

সেইদৰে অহা ১২ জুলাইৰ পৰা অনুষ্ঠিত হ’ব লগা অসম বিধানসভাৰ বাজেট অধিবেশনতে কোচ ৰাজবংশী সকলোক জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ বাবে বিধানসভাত সৰ্বসন্মতভাৱে প্ৰস্তাৱ গ্ৰহণ, অন্তৰ্ৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ পুণৰ গঠন কৰাৰ লগতে প্ৰচলিত ভূমিনীতি সংশোধন কৰি অসমৰ মাটি খিলঞ্জীয়াৰ বাবে সংৰক্ষিত কৰিব লাগে যাতে খিলঞ্জীয়াৰ মাটি ভৱিষ্যতলৈ সংৰক্ষিত হৈ থাকে বুলি দাবী জনায় ৷

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd