• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Netflixএ দিছে অমৰ অফাৰ! : কোনে কোনে কেনেকৈ লাভ কৰিব ৮৩ বছৰীয়া ফ্ৰী চাবস্ক্ৰিপশ্যন?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 18, 2020 7:51 pm
netflix
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিজিটেল প্লেটফৰ্ম Netflixএ আগবঢ়াইছে ৮৩ বছৰীয়া বিনামূলীয়া চাবস্ক্ৰিপশ্যন অফাৰ।

সমগ্ৰ বিশ্বতে অব্যাহত থকা ক’ৰ’নাতংকৰ বাবে বিশ্বৰ বিভিন্ন দেশত লকডাউন বলৱৎ কৰা হৈছে।

Apply Now

লকডাউনৰ ফলত দেশসমূহৰ ছবিগৃহলমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ আছে।

ঘৰতে আৱদ্ধ হৈ থাকিব লগা হৈছে বিশ্বৰ অধিকাংশ লোক।

তেনে অৱস্থাত বিভিন্ন ডিজিটেল প্লেটফৰ্মসমূহৰ ব্যৱসায় তথা প্ৰচলন বৃদ্ধি পোৱা পৰিলক্ষিত হৈছ।

বিশেকৈ চিনেমা আৰু ৱেব ছিৰিজ উপলৱদ্ধ হোৱা অনলাইন প্লেটফৰ্মসমূহৰ প্ৰচলনৰ লগতে চাবস্ক্ৰাইবাৰৰ সংখ্যা অত্যধিক হাৰত বৃদ্ধি পোৱা দেখা গৈছে।

অমাজান প্ৰাইম, নেটফ্লিক্স, জি ফাইভ, ডিছনি প্লাছ, হটষ্টাৰৰ দৰে প্লেটফৰ্মসূহৰ ব্যৱসায় ৰমৰমীয়া বুলি ক’ব পাৰি লকডাউনৰ সময়ছোৱাত।

তেনে সময়তে নেটফ্লিক্সে এক অভিনৱ অফাৰ আগবঢ়াইছে। এই অফাৰৰ যোগেদি ৮৩ বছৰ অৰ্থা ১ হাজাৰ মাহৰ বাবে বিনামূলীয়া চাবস্ক্ৰিপশ্যন আবঢ়োৱা হৈছে।

ইয়াৰ ফলত চাবস্ক্ৰাইবাৰে ৮৩ বছৰৰ বাবে নেটফ্লিক্সৰ প্ৰতিটো প্ৰ’গ্ৰামকে বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব।

পিছে কেনেকৈ লাভ কৰিব পৰা যাব নেটফ্লিক্সৰ এই বাম্পাৰ অফাৰ?

যোৱা সপ্তাহত নেটফ্লিক্সত দ্য ওল্ড গাৰ্ড নামৰ এটা শ্ব’ মুক্তি দিয়া হৈছে। এইটো হৈছে নেটফ্লিক্স নিজা শ্ব’।

এই শ্ব’টো উদযাপন কৰিবলৈ নেটফ্লিক্সে ইয়াৰ উপভোক্তাক অমৰ অফাৰ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰ বাবে দ্য ওল্ড গাৰ্ড নামৰ ভিডিঅ’ গেমটো খেলি শত্ৰুপক্ষক পৰাভূত কৰিব লাগিব। এই গেমটো উপভোগ কৰাৰ সমান্তৰালভাৱে খেলি শত্ৰুপক্ষক পৰাজিত কৰি বিজয়ী হোৱাসকলে নেটফ্লিক্সৰ অমৰ চাবস্ক্ৰিপশ্যন লাভ কৰিব।

যাৰ ফলত তেওঁ নেটফ্লিক্সত চিনেমাৰ লগতে আটাইবোৰ প্ৰ’গ্ৰাম ফ্ৰীতে ছাব পাৰিব ৮৩ বছৰ ধৰি।

অৱশ্যে এই অফাৰ অতি সীমিত। ইতিমধ্যে আৰম্ভ হোৱা এই অফাৰ অহা ১৯ জুলাইলৈকেহে উপলব্ধ হ’ব। তাৰ ভিতৰতে সৰ্বোচ্চ স্ক’ৰ কৰাজনে এই অফাৰ লাভ কৰিব।

কিন্তু পৰিতাপৰ কথাটো হ’ল এইটো যে, নেটফ্লিক্সে কেৱল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লোকৰ বাবেহে আগবঢ়াইছে এই অমৰ অফাৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd