• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ভাষা-সাহিত্য

নেটফ্লিক্সলৈ আহি আছে বিশ্ব সাহিত্য : মুক্তিৰ পথত মাৰ্কেজৰ ‘ৱান হাণ্ড্ৰেড ইয়াৰ্ছ অৱ ছলিটিউড’

কোকিল শইকীয়া by কোকিল শইকীয়া
April 24, 2024 7:00 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেটফ্লিক্সলৈ আহি আছে নোবেল বঁটা বিজয়ী তথা কালজয়ী সাহিত্যিক গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ উপন্যাস ‘ৱান হাণ্ড্ৰেড ইয়াৰ্ছ অৱ ছলিটিউড’। উপন্যাসখনৰ আধাৰত নিৰ্মিত এই ধাৰাবাহিকখনৰ টিজাৰ শেহতীয়াকৈ মুকলি কৰা হৈছে।

জানিব পৰা মতে, স্পেনিছ ভাষাৰ এই ধাৰাবাহিকখনৰ দৃশ্যগ্ৰহণ কলম্বিয়াত কৰা হৈছে।

Apply Now

মাৰ্কেজে সাহিত্যৰ নোবেল বঁটাৰ লাভ কৰা ৪০ বছৰীয়া জয়ন্তী উপলক্ষে ২০২২ চনতেই নেটফ্লিক্সে  এই ধাৰাবাহিকখনৰ এটা চুটি টিজাৰো মুকলি কৰিছিল।

উল্লেখ্য যে ১৯৬৭ চনত প্ৰকাশ হৈছিল মাৰ্কেজৰ এই কালজয়ী উপন্যাসখন। প্ৰকাশৰ পিছৰে পৰা এই গ্ৰন্থখনৰ প্ৰায় ৫ কোটি কপি বিক্ৰী হৈছে। অসমীয়া ভাষাকে ধৰি বিশ্বৰ ৪০ৰো অধিক ভাষালৈ অনুবাদ কৰা হৈছে উপন্যাসখন। 

২০১৯ চনত নেটফ্লিক্সে মাৰ্কেজৰ উপন্যাসৰ আধাৰত এখন ধাৰাবাহিক নিৰ্মাণৰ দায়িত্ব লোৱা বুলি খবৰ প্ৰকাশ পাইছিল।

জানিব পৰা এই ধাৰাবাহিকখনৰ প্ৰযোজনা কৰিছে কলম্বিয়াৰ মনোৰঞ্জন কোম্পানী ডাইনামোৱে। ইয়াৰ পূৰ্বে কোম্পানীটোৱে ৪৭খন সফল ছবি আৰু ২৫খন টেলিভিছন ধাৰাবাহিক নিৰ্মাণ কৰিছিল।

১৬টা খণ্ডৰ এই ধাৰাবাহিকখনৰ চিত্ৰনাট্য লিখি উলিয়াইছে জোচে ৰিভেৰা, নাটালিয়া চান্টা, কেমিলা ব্ৰুজেছ, মাৰিয়া কেমিলা আৰিয়াছ আৰু আলবাট্ৰছ গনজালেজে। ধাৰাবাহিকখন পৰিচালনা কৰিছে ল’ৰা মোৰা আৰু এলেক্স গাৰ্চিয়া লোপেজে।

এই ধাৰাবাহিকখনত কলম্বিয়া আৰু লেটিন আমেৰিকাৰ আটাইতকৈ প্ৰতিভাৱান শিল্পীসকলে অভিনয় কৰিছে।

কোকিল শইকীয়া

কোকিল শইকীয়া

সাংবাদিক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd