DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নৰ্থ-ইষ্ট য়ুনাইটেডৰ মুখ্য প্ৰশিক্ষক হোৱাৰ দিশত ৰিয়েল মাদ্ৰিডৰ প্ৰাক্তন সহকাৰী প্ৰশিক্ষক গাৰ্চিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2020 12:05 pm
6.1k
VIEWS
Share on FacebookShare on Twitter

ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এলৰ দল নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে আগন্তুক ২০২০-২১ ছিজনৰ বাবে নতুন প্ৰশিক্ষক নিযুক্তি দিয়াৰ চিন্তা চৰ্চা কৰিছে।

বলিউদ ছুপাৰষ্টাৰ জন আব্ৰাহামৰ নৰ্থ-ইষ্ট দলে ৰিয়েল মাদ্ৰিডৰ পূৰ্বৰ সহকাৰী প্ৰশিক্ষক আলেজান্দ্ৰো মেনেঞ্জেজ গাৰ্চিয়াক মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব দিয়াৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

উল্লেখ্য যে ভাৰতত প্ৰশিক্ষকৰূপে দায়িত্ব পালন কৰাৰ সম্পূৰ্ণ অভিজ্ঞতা আছে স্পেইনৰ ৫৩ বছৰীয়া গাৰ্চিয়াৰ।

গাৰ্চিয়াই কলকাতাৰ ইষ্ট বেংগলৰ প্ৰশিক্ষকৰ দায়িত্বত আছিল। গাৰ্চিয়াৰ প্ৰশিক্ষণতে ২০১৮-১৯ বৰ্ষৰ আই লীগত ইষ্ট বেংগল ৰানাৰ্ছ আপ হৈছিল।

২০০৯-১১ চনলৈকে গাৰ্চিয়া ৰিয়েল মাদ্ৰিডৰ বি দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত থকাৰ উপৰি মূল দলৰ প্ৰশিক্ষক জোছে ম’ৰিনহোৰ ক’চিং ষ্টাফত আছিল।

Recent News

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Rhino found dead

গোলাঘাটত মৰ্মান্তিক মৃত্যু কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ৰ

Fake encounter in Assam

ভুৱা এনকাউণ্টাৰ: দুই আৰক্ষী বিষয়াক ৭ লাখ টকাকৈ ক্ষতিপূৰণ আদায়ৰ দিয়াৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd