DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ বুৰঞ্জীত বৰ্তমানৰ দুৰ্যোগ কেতিয়াও দেখা পোৱা নাছিলো: তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 21, 2020 5:37 pm
Never seen present disaster in Assam history: Former CM Tarun Gogoi

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।

367
VIEWS
Share on FacebookShare on Twitter

“অসমৰ বুৰঞ্জীত বৰ্তমান হোৱা এনে দুৰ্যোগ কেতিয়াও দেখা পোৱা নাছিলো।” নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিওৰ জৰিয়তে এই মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

সম্প্ৰতি প্ৰলয়ংকাৰী বান, খহনীয়া, ক’ভিড ১৯, জাপানীজ এনকেফেলাইটিছৰ কবলত পৰি অসমবাসী ৰাইজ এক চৰম দুৰ্যোগৰ সন্মুখীন হৈছে বুলি গগৈয়ে ভিডিওটোত উল্লেখ কৰে।

ইপিনে, ৰাজ্যখনত সৃষ্টি হোৱা এই চৰম দুৰৱস্হাৰ বাবে প্ৰধানতঃ কেন্দ্র আৰু ৰাজ্য চৰকাৰ দায়ী বুলি দাবী কৰি তেওঁ লগতে কয় “তেওঁলোকে প্ৰয়োজনীয় সময়ত উপযুক্ত পদক্ষেপ গ্রহণ নকৰিলে। মাথো বান আৰু গৰাখহনীয়াতে ৰাজ্যখনৰ প্ৰায় ৫০ লক্ষ মানুহ ক্ষতিগ্রস্ত হৈ চৰম আলৈ-আথানিৰ ভুক্তভোগী হৈছে।

“ৰাজ্যবাসীৰ এই চূড়ান্ত দুৰ্যোগৰ সময়ত দেশৰ প্ৰধান মন্ত্ৰী গৰাকী অসমবাসীৰ দুখৰ বুজ ল’বলৈ আৰু সমভাগী হ’বলৈ এই মুহূর্তত অসমলৈ অহাটো উচিত বুলি দাবী কৰি তেওঁ লগতে কয় “এনে বিপদৰ সময়তে যদি নাহে কেতিয়া আহিব? কেৱল গামোচাখন ডিঙিত ওলোমাই ঘঁৰিয়ালৰ চকুপানী টুকিলেই অসমীয়া মানুহৰ সমস্যা সমাধান হৈ নাযায়।মাথো গামোচাখন ডিঙিত মেৰিয়ালেই অসমীয়া মানুহ সন্তুষ্ট হৈ থাকিব বুলি যদি ভাবিছে তেন্তে সেয়া তেওঁৰ ভুল।”

“এনেধৰণৰ কাৰ্য্যই  প্ৰমাণ কৰে যে অসমবাসীৰ প্ৰতি প্ৰকৃতাৰ্থত প্ৰধান মন্ত্ৰী ডাঙৰীয়াৰ সহানুভূতি নাই।” গগৈয়ে এইদৰে কয়।

ইপিনে, APWৰ অভিজিৎ শৰ্মাই covid19ৰ লগত সংগতি ৰাখি যিবিলাক দুৰ্নীতিৰ অভিযোগ আনিছে আৰু ইয়াৰ লগতে স্পষ্টকৈ কেইখনমান ফাৰ্মৰ বিৰুদ্ধেও প্ৰত্যক্ষভাৱে অভিযোগৰ আঙুলি টোঁৱাইছে সেইবিলাকৰ বিৰুদ্ধে মুখ্য মন্ত্রীয়ে উচিত তদন্তৰ ব্যৱস্থা গ্রহণ কৰিবলৈ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে দাবী কৰে।

Tags: Assam FloodCOVID-19

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd