• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কাইলৈ মুক্তি পাব এই বৰ্ষৰ আটাইতকৈ চৰ্চিত ছবি ‘আমিষ’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 21, 2019 1:04 pm

1 min read

কথানদীৰ পৰিচালক ভাস্কৰ হাজৰিকাৰ দ্বিতীয়খন চলচ্চিত্ৰ ‘আমিষ’ৰ প্ৰিমিয়াৰ প্ৰদৰ্শিত হ’ল নিউৱৰ্কত
6.5k
VIEWS
Share on FacebookShare on Twitter

কাইলৈ অৰ্থাৎ ২২ নৱেম্বৰত মুক্তি লাভ কৰিব বহু প্ৰতিক্ষিত অসমীয়া চলচ্চিত্ৰ ‘আমিষ’। অসমৰ ছবিগৃহসমূহৰ লগতে শ্বিলং, মুম্বাই, কলকাতা, দিল্লী, বাংগালুৰ আৰু পুনেত ছবিখনে মুক্তি পাব।

এটা ব্যতিক্ৰমী প্ৰেম কাহিনীক লৈ নিৰ্মাণ কৰা চিনেমাখনে ইতিমধ্যে দেশ-বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰ সমালোচক আৰু দৰ্শকৰ পৰা বিপুল সহাৰি লাভ কৰিছে।

এগৰাকী চিকিৎসকৰ পত্নীৰ অকলশৰীয়া জীৱন কাহিনী আৰু এগৰাকী গৱেষক ছাত্ৰৰ মাজত বিভিন্ন প্ৰকাৰৰ খাদ্যৰ জুতিৰ মাজেৰে গঢ়ি উঠা আত্মীয়তাকলৈ ‘আমিষ’ৰ কাহিনীভাগ আগবাঢ়ে।

বলিউডৰ যসশী পৰিচালক অনুৰাগ কাশ্যপে ছবিখনক ভূয়সী প্ৰশংসা কৰি কৈছিল, “Trust me, you have not seen anything like ‘Aamis’ coming out of India”।

ইণ্ডিয়া টুডেৰ মতে, “That one Indian film to see this year”।

ভাস্কৰ হাজৰিকাৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মাণ কৰা ‘আমিষ’ত অৰ্ঘ্যদ্বীপ বৰুৱা, লিমা দাস, নেতালী দাস, মানস দাস আৰু সাগৰ সৌৰভ বৰুৱা আদি অভিনেতাই অভিনয় কৰিছে। চলচ্চিত্ৰখনৰ প্ৰযোজনা পুনম দেউল আৰু শ্যাম বৰাৰ।

ভাস্কৰ হাজৰিকাৰ এইখন দ্বিতীয়খন পূৰ্ণ্য দৈঘ্যৰ চলচ্চিত্ৰ, ইয়াৰ পূৰ্বে তেওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ত থকা দুটা সাধুৰ আধাৰত তেওঁৰ প্ৰথমখন চলচ্চিত্ৰ ‘কথানদী’ নিৰ্মাণ কৰিছিল।

Recent News

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, ঈশান্ত শৰ্মাৰ প্ৰত্যাৱৰ্তন

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, ঈশান্ত শৰ্মাৰ প্ৰত্যাৱৰ্তন

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd