DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 8, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অহা ২ ছেপ্টেম্বৰত চিত্ৰগৃহলৈ আহিব নতুন অসমীয়া চলচ্চিত্র ‘জনকনন্দিনী’

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
August 4, 2022 8:54 pm
90
VIEWS
Share on FacebookShare on Twitter

অহা ২ ছেপ্টেম্বৰত চিত্ৰগৃহলৈ আহিব নতুন অসমীয়া চলচ্চিত্র ‘জনকনন্দিনী’। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি ছবি খনিৰ মুক্তিৰ দিন আনুষ্ঠানিকভাবে ঘোষণা কৰে ‘জনকনন্দিনী’ৰ প্ৰযোজকগোষ্ঠীয়ে।

“নিজি প্ৰডাকচন”ৰ বেনাৰত নির্মিত বহুপ্রত্যাশিত অসমীয়া চলচ্চিত্র ‘জনকনন্দিনী’ অহা ২ ছেপ্টেম্বৰত চিত্ৰগৃহলৈ আহিব।

ৰিংকু দাসে প্রযোজনা কৰা ছবিখনিৰ পৰিচালক কুঞ্জলতা গগৈ দাস। মুখ্য সহকাৰী পৰিচালক অৰিন্দম কাশ্যপ।

অসমৰ লোককৃষ্টি তথা সংস্কৃতিক একপ্ৰকাৰে বেপাৰলৈ পৰিণত কৰি কেনেদৰে একাংশ লোকে সাতামপুৰুষীয়া কলা-সংস্কৃতিক বিকৃত কৰিছে তাৰেই আলমত নিৰ্মাণ কৰা হৈছে ‘জনকনন্দিনী’।

কুঞ্জলতা গগৈ দাসৰ পৰিকল্পনা আৰু কাহিনীৰ আলমত ছবিখনিৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে বিষ্ণুজ্যোতি সন্দিকৈ, অৰিন্দম কাশ্যপ আৰু অমিতাভ বৰাই। সংগীত পৰিচালক নন্দ বেনাৰ্জীৰ। সংগীত ব্যৱস্থাপনা অনুপ শৰ্মাৰ। নৃত্যপ্ৰধান ছবিখনিৰ নৃত্য পৰিচালক নৃত্যাচাৰ্য পদ্মশ্রী বঁটাপ্রাপ্ত যতীন গোস্বামী।

সাজসজ্জা কুঞ্জলতা গগৈ দাসৰ৷ ৰূপসজ্জা ভূমিকা তালুকদাৰৰ। মূলতঃ মাজুলী আৰু গুৱাহাটীৰ আশে-পাশে দৃশ্যগ্ৰহণ কৰা ‘জনকনন্দিনী’ৰ চিনেমাট’গ্ৰাফাৰ পাপু ডেকা।

সঞ্জীৱ তালুকদাৰে সম্পাদনা কৰা ছবিখনিৰ ডি আই কালাৰিষ্ট মূম্বাইৰ সুজিত বৰা। ভিএফএক্স কৰিছে ধর্মেন্দ্ৰ দাসে। মিক্স এণ্ড মাষ্টাৰ কৰিছে মুম্বাইৰ জ্যোতি চেতিয়াই।

অপূর্বজ্যোতি ভূঞা, প্ৰতিমা দাসে ৰচনা কৰা ‘জনকনন্দিনী’ৰ গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, অংগৰাগ মহন্ত, জুবলী বৰুৱা, মধুস্মিতা ভট্টাচাৰ্য আৰু সত্যসন্ধ্যাই।

ছবিখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে— গুঞ্জন ভৰদ্বাজ, নন্দিনী কাশ্যপ, অৰুণ নাথ, মাধুৰিমা চৌধুৰী, ৰূপম বৰুৱা, ৰঞ্জীৱলাল বৰুৱা, সীমাশ্ৰী বৰা, পংকজ পূজাৰী (সদ্যপ্রয়াত), অপর্ণা দত্ত চৌধুৰী, নীলাক্ষী শইকীয়া, মুন বৰকটকী, বৰিশ দত্ত, গৌৰাং বৰদলৈ, গৌতম বৰুৱা, ৰঞ্জিত ভূঞা আদিয়ে।

Recent News

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd