• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আক্ৰাছুৰ বঙাইগাঁও জিলা সমিতিৰ বিৰুদ্ধে অনাস্থা,নতুন সমিতি গঠন

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
November 11, 2021 1:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ পুৰেন ৰায় নেতৃত্বাধীন গোটৰ বঙাইগাঁও জিলা সমিতিখন পুনৰ গঠন কৰা হয় ৷
বঙাইগাঁও জিলাৰ অন্তৰ্গত ১৭ খন আঞ্চলিক সমিতিৰ প্ৰতিনিধিৰ উপস্থিতিত এই জিলা সমিতিখন গঠন কৰা বুলি বুধবাৰে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত সংগঠনটোৰ জিলা নেতৃবৃন্দই প্ৰকাশ কৰে ৷

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দৰ উপস্থিতিত আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক শুনধৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন প্ৰতিনিধি সভাযোগে ধনঞ্জয় কুমাৰ দেৱক সভাপতি , ৰবীন বৰ্মনক কাৰ্যকৰী সভাপতি , নন্দেশ্বৰ ৰায় আৰু দিগন্ত কুমাৰ সিংহক যুটীয়া সম্পাদক হিচাপেলৈ ৪১ জনীয়া আক্ৰাছুৰ বঙাইগাঁও জিলা সমিতিখন গঠন কৰা হয় ৷
ইপিনে সভাপতি দিব্যজ্যোতি পাঠক আৰু সাধাৰণ সম্পাদক বিকাশ বৰ্মনৰ নেতৃত্বত চলি থকা আক্ৰাছুৰ এই গোটৰ বঙাইগাঁও জিলা সমিতি খনক অবৈধ বুলি ঘোষণা কৰা কৰে সংবাদমেল যোগে ৷

Apply Now

নৱগঠিত জিলা সমিতিৰ সভাপতি ধনঞ্জয় কুমাৰ দেৱ, কাৰ্যকৰী সভাপতি ৰবীন বৰ্মন, যুটীয়া সম্পাদকদ্বয় নন্দেশ্বৰ ৰায় আৰু দিগন্ত কুমাৰ সিংহ, উপ সভাপতি বৰুণ ৰায়, সহকাৰী সম্পাদক পংকজ ৰায়, প্ৰচাৰ সম্পাদক দেব্ৰত বৰ্মন আদি উপস্থিত থকা সংবাদমেলত জিলা নেতৃত্বই উল্লেখ কৰা মতে যোৱা যোৱা ২৫ অক্টোৱৰত জিলা সমিতিখনৰ প্ৰতি অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি ২৭ অক্টোৱৰত কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভাত উত্থাপন কৰিছিল ৷

তাৰ পিছত ৩ নৱেম্বৰত অনুষ্ঠিত হোৱা জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত বঙাইগাঁও জিলাৰ অধীনৰ আক্ৰাছুৰ ২০ খন আঞ্চলিক সমিতিৰ ১৯ খন আঞ্চলিক সমিতিয়েই এই জিলা সমিতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাত জিলা সমিতিখন ভংগ কৰি দিয়া হয় ৷

উক্ত সভাতে ৯ নবেম্বৰত জিলা সমিতিখন নতুনকৈ গঠন কৰাৰ বাবেও প্ৰস্তাৱ গৃহীত কৰা হৈছিল ৷

কেন্দ্ৰীয় নেতৃবৃন্দৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত সভাত অনাস্থা যোগে ভংগ কৰা সমিতি খনৰ সভাপতি দিব্যজ্যোতি পাঠক আৰু সাধাৰণ সম্পাদক বিকাশ বৰ্মনো উপস্থিত থকা বুলি কয় ৷

তথাপি ভংগ কৰা তথা অপসাৰিত হোৱা দিব্যজ্যোতি পাঠক আৰু বিকাশ বৰ্মনে নিজকে বৰ্তমানেও সভাপতি আৰু সাধাৰণ সম্পাদকৰ পৰিচয় দিয়াটো অতি লজ্জাজনক বুলিও মন্তব্য কৰে সংবাদ মেলত ৷

ইপিনে সংগঠনটোৰ একেটা গোটৰ সমান্তৰালভাৱে দুই জিলা সমিতিয়েই নিজকে বৈধ বুলি পৰিচয় দিয়াত জনগোষ্ঠীটোৰ মাজত এক বিভ্ৰান্তিৰ সৃষ্টি কৰিছে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত বিধ্বস্ত অৰ্থনীতি; ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিবলৈ পৰ্ণ উদ্যোগক বৈধ কৰাৰ চিন্তা ইউক্ৰেইনৰ

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত বিধ্বস্ত অৰ্থনীতি; ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিবলৈ পৰ্ণ উদ্যোগক বৈধ কৰাৰ চিন্তা ইউক্ৰেইনৰ

September 7, 2026 8:49 am
বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

September 7, 2026 7:53 am
ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত বিধ্বস্ত অৰ্থনীতি; ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিবলৈ পৰ্ণ উদ্যোগক বৈধ কৰাৰ চিন্তা ইউক্ৰেইনৰ

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত বিধ্বস্ত অৰ্থনীতি; ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিবলৈ পৰ্ণ উদ্যোগক বৈধ কৰাৰ চিন্তা ইউক্ৰেইনৰ

September 7, 2026 8:49 am
বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

September 7, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd