• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিগবৈ প্ৰেছ ক্লাবৰ অধিৱেশন সম্পন্ন : নতুন সমিতি গঠন

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
October 18, 2020 6:49 pm
FB_IMG_1603026027548
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ স্বীকৃতি প্ৰাপ্ত,  তৈল নগৰী ডিগবৈ অঞ্চলৰ ১৯৯০ চনত গঠিত অন্যতম সাংবাদিক সংগঠন ডিগবৈ প্ৰেছ ক্লাবৰ দ্বিবাৰ্ষিক অধিবেশন খনি আজি দিনযোৰা কাৰ্য্যসূচীৰে ডিগবৈ প্ৰেছ ক্লাবৰ প্ৰাঙ্গণত অনুষ্ঠিত হৈ যায়।

পুৱাৰ ভাগত পতাকা উত্তোলন কৰে ক্লাবৰ সভাপতি ৰমনি বুঢ়াগোহাঁই আৰু স্মৃতিতৰ্পণ কৰে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সম্পাদক মনোৰঞ্জন দাসে।

Apply Now

ক্লাবৰ সম্পাদক অৰূপ কলিতাই আঁতধৰা অনুষ্ঠানত প্ৰেছ ক্লাবৰ প্ৰয়াত সাংবাদিক সকলৰ স্মৃতিত স্মৃতিচাৰণ কৰে ক্লাবৰ প্ৰাক্তন সম্পাদক ৰাজু হাজৰিকাই। ইয়াৰ পিছতেই ডিগবৈ প্ৰেছ ক্লাবৰ সভাপতি ৰমনি বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাত অৰূপ কলিতাই সম্পাদকীয় প্ৰতিবেদন আৰু ৰুণু হাজৰিকাই বিত্তীয় প্ৰতিবেদন পাঠ কৰাৰ অন্তত সভাই সৰ্ববসন্মতিক্ৰমে গৃহীত কৰে।

সভাত ডিগবৈ প্ৰেছ ক্লাবৰ নামত সাংবাদিক কল্যাণ ন্যাস এটি গঠন,  প্ৰেছ ক্লাবৰ এটি স্থায়ী কাৰ্য্যালয়ৰ নিৰ্মাণৰ বাবে এডোখৰ মাটিৰ ব্যৱস্থা কৰা, সাংবাদিকৰ বিভিন্ন সমস্যা আৰু ডিগবৈ অঞ্চলৰ বিভিন্ন সামাজিক সমস্যা সন্দৰ্ভত ডিগবৈ আই অ চিক এক স্মাৰক পত্ৰ প্ৰদান কৰা বাবে প্ৰস্তাৱ গ্ৰহণ কৰে।

ইয়াৰ পিছতে বিষয় বাছনি সভাত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি ড৹ ঋষি দাস, সম্পাদক ৰাণাজ্যোতি নেওগ, অসম বাৰ্তাজীৱি সংঘৰ দক্ষিণ পূব মণ্ডলৰ উপসভাপতি কমল তালুকদাৰ, জিলা সন্থাৰ সহকাৰী সম্পাদক উমেশ সিং, কাৰ্যনিৰ্বাহ সদস্য হেমন্ত শইকীয়া পৰ্যবেশক ৰূপে উপস্থিত থাকে।

উক্ত বিষয় বাছনি সভাত ২০২০-২০২২ বৰ্ষৰ বাবে ৰাজু হাজৰিকাক সভাপতি, অৰূপ কলিতাক উপসভাপতি, মনোৰঞ্জন দাসক সাধাৰণ সম্পাদক, আৰমাণ আলিক সহকাৰী সম্পাদক, ৰুণু হাজৰিকাক কোষাধ্যক্ষ ৰূপে লৈ এখনি শক্তিশালী সমিতি গঠন কৰে।

জিলা সম্পাদক ৰাণাজ্যোতি নেওগ আজিৰ সভাত সভাত ভাষণ প্ৰসংগত কয় যে সুদীৰ্ঘদিন ধৰি তৈল নগৰী ডিগবৈৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলত সকলো ধৰণৰ বা বাতৰি কৰাৰ ক্ষেত্ৰত আপোচবিহীন ভাৱে সেৱা আগবঢ়াই আহিছে ডিগবৈ প্ৰেছ ক্লাবৰ প্ৰতিজন সাংবাদিক সদস্যই।

নেওগে নৱ নিৰ্বাচিত সমিতি খনক শুভেচ্ছা জনোৱাৰ লগতে ডিগবৈ অঞ্চলটোৰ প্ৰতিটো সমস্যা বাতৰিৰ জৰিয়তে উপস্থাপন কৰাৰ ক্ষেত্ৰত নতুন সমিতিখনক গুৰু দায়িত্ব ল’বলৈ আহ্বান জনায়।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd