• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীৰ তিনিখন ঠাইক নতুনকৈ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা জিলা প্ৰশাসনৰ

দীপজ্যেতি শৰ্মা দীপজ্যোতি শৰ্মা
গুৱাহাটী , June 5, 2020 2:22 pm

1 min read

COVID-19: SBI branch, two roads declared containment zone in Sivasagar town

প্ৰতীকী ছবি।

17.5k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাৰ নতুন সংক্ৰমণৰ বাবে গুৱাহাটী মহানগৰীৰ তিনিখন ঠাইক নতুন কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

মহানগৰীৰ বাথৌ নগৰ, মালিগাওঁৰ কৃষ্ণ নগৰ আৰু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰক নতুন কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ এজন কয়দীৰ গাত কোভিড-১৯-ৰ উপস্থিতি ধৰা পৰাৰ পাছতে কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে।

এই কন্টেইনমেন্ট জ’নৰ সীমা হৈছে উত্তৰে কফি বোৰ্ড, দক্ষিণে এডজাচেন্ট ৰ’ড, পূৱে এছ এচ বি কেম্প আৰু পশ্চিমে কেন্দ্ৰীয় কাৰাগাৰৰ মুখ্য তোৰণ।

মালিগাঁও কৃষ্ণ নগৰৰ সীমা হৈছে উত্তৰে কৃষ্ণ নগৰ পথ, দক্ষিণে মিঠা আমতল, পূৱে আদিংগিৰি গাঁও আৰু পশ্চিমে গোশালা আদিংগিৰি পথ।

আনহাতে, বাথৌ নগৰৰ সীমা হৈছে উত্তৰে ফাকুৰাম বাসগৃহ, দক্ষিণে চিৰিয়াখানা চৌহদ পূৱে জাপৰিগোগ পাহাৰ আৰু পশ্চিমে গাঁও পথ ৷

কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা অঞ্চল সমূহলৈ ১৪ দিনৰ বাবে কোনো ব্যক্তি যাব নোৱাৰাৰ লগতে সেই অঞ্চলৰ পৰা কোনো ব্যক্তি ওলাই আহিব নোৱাৰিব।

Recent News

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd