• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰিটেইনত নতুন ৰূপত ক’ৰ’ণাৰ সংক্ৰমণ,ভাৰত ভ্ৰমণ বাতিল কৰিব পাৰে বৰিছ জনছনে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2020 2:10 pm
a london
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আশা কৰা হৈছিল নতুন বছৰত হয়তো ক’ৰ’ণাৰ আতংকৰ পৰা মুক্ত হ’ব পাৰিব বিশ্ববাসী। কিন্তু শেহতীয়াকৈ ব্ৰিটেইনত পুনৰ আৰম্ভ হৈছে ক’ৰ’ণাৰ নতুন সংক্ৰমণ।

দিন যোৱাৰ লগে লগে ভাইৰাছ বিধে চৰিত্ৰ সলনি ঘটাইছে।বিশ্বৰ ভিতৰতে পুনৰ প্ৰথম বাৰৰ বাবে নতুন ধৰণৰ ক’ৰ’ণা ভাইৰাছে লাখৰ ঘৰত লোকক আক্ৰান্ত কৰিছে।

Apply Now

এনে পৰিস্থিতিত লণ্ডনকে ধৰি ইয়াৰ কাষৰীয়া অঞ্চলত ঘোষণা কৰা হৈছে চাৰি তৰপীয়া লকডাউন।বিট্ৰেইনৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন দেশে ভ্ৰমণ নিষেধাজ্ঞা জাৰি কৰিছে ।

ভাৰতেও ব্ৰিটেইনৰ পৰা অহা সকলো বিমানৰ প্ৰৱেশ দেশ খনত নিষিদ্ধ কৰিছে।

এনে পৰিস্থিতিত ভাৰতৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাবে উপস্থিত থাকিবলগীয়া  ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ভাৰত ভ্ৰমণকৰ কাৰ্যসূচী বাতিলো কৰিব পাৰে।

আজি এই সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে কাউন্সিল অৱ ব্ৰিটিছ মেডিকেল এছোচিয়েচনৰ মুৰব্বী চাদ নাগপালে।চাদপালে কয় যে ব্ৰিটেইনত নতুনকৈ মূৰ দাঙি উঠা ক’ৰ’ণাৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ নাহিলে জনছনে  ভাৰত ভ্ৰমণ বাতিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

উল্লেখ্য কিছুদিনি পূৰ্বে ভাৰতৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ভাগ লোৱাৰ কথা নিশ্চিত কৰিছিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে।

ব্ৰিটেইনৰ বিদেশ সচিব ডমিনিক ৰাবে এই কথা প্ৰকাশ কৰিছিল। উল্লেখ্য ভাৰতৰ কৃষক বিদ্ৰোহক সমৰ্থন জনোৱা জনছনে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিবনে নে নাই তাকেলৈ সন্দেহৰ সৃষ্টি হৈছিল।

ইপিনে মহামাৰীৰ মাজতেই ৰাজধানী চহৰ দিল্লীত তীব্ৰ ৰূপত চলি আছে অহা ২৬ জানুৱাৰিত হ’বলগীয়া গণৰাজ্য দিৱসৰ প্ৰস্তুতি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd