• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৃটেইনত পুনৰ ক’ৰ’নাৰ নুতন ৰূপ, বিমান সেৱা বন্ধ কৰিলে ভাৰতে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 21, 2020 4:01 pm

1 min read

বৃটেইনত পুনৰ ক’ৰ’নাৰ নুতন ৰূপ, বিমান সেৱা বন্ধ কৰিলে ভাৰতে

প্ৰতিনিধিত্বমূলক চিত্ৰ

211
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে সোমবাৰে বৃটেইনৰ পৰা আহিবলগীয়া সকলো ধৰণৰ বিমানৰ সেৱা বাতিল কৰাৰ কথা ঘোষণা কৰে।

বৃটেইনত নতুনকৈ পুনৰ এবাৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে সংহাৰী ৰূপ ধাৰণ কৰাত ভাৰত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয়।

জানিব পৰা মতে, ভাৰতে বৃটেইনৰ পৰা আহিবলগীয়া সকলো ধৰণৰ বিমান সেৱা অহা ৩১ ডিচেম্বৰলৈকে বাতিল কৰি দিয়ে।

অসামৰিক বিমান পৰিবহন মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা কোৱা হয় যে বৃটেইনত সম্প্ৰতি দেখা দিয়া ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে বৃটেইনৰ পৰা আহিবলগীয়া সকলো ধৰণৰ বিমান সেৱা অহা ৩১ ডিচেম্বৰৰ নিশা ১১ বাজি ৫৯ মিনিটলৈ বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

উল্লেখ্য যে বৃটেইনত শেহতীয়াকৈ দেখা দিয়া ক’ৰ’নাৰ দ্ৰুত সংক্ৰমণৰ বাবে ভাৰতৰ উপৰি ফ্ৰান্স, জাৰ্মানী, নেডাৰলেণ্ড, বেলজিয়াম, অষ্ট্ৰিয়া, ইটালী, ৰোমানিয়া, তুৰ্কী আদি দেশেও বিমান সেৱা বাতিল কৰিছে।

ইফালে বৃটেইনেও ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে সকলো ধৰণৰ ৰেইল সেৱা বাতিল কৰা বুলি জানিব পৰা গৈছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd