• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৱায়নাডত আকৌ নতুন বিপদৰ আগজাননী ! প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী বতৰ বিভাগৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 15, 2024 1:48 pm
641
VIEWS
Share on FacebookShare on Twitter

কেৰেলা্ৰ ৱায়ানাডলৈ আকৌ নতুন বিপদ আহি আছে নেকি? বৰ্তমান এইধৰণৰ আশংকা প্ৰকাশ কৰা হৈছে। কাৰণ,বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱ্না আছে। আৰু এই বৰষুণৰ বাবেই বানপানীৰ সৃষ্টি হ’ব পাৰে। ফলত এই আশংকা কৰা হৈছে।

বুধবাৰে ‘মৌছম ভৱন“ ৱায়্নাডৰ কেইবাটাও স্থানত সতৰ্কবাণী জাৰি কৰে। বুধবাৰৰ পৰা বৃহস্পতিবাৰলৈ ২৪ ঘণ্টাত ৱায়নাড আৰু কোজিকোডত ৭০ৰ পৰা ২০০ মিলিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আৰু সেই কাৰণেই নতুন বিপদ দেখা পোৱা গৈছে। বুধবাৰে বতৰ বিজ্ঞানীৰ এটা দলে জনোৱা মতে, কেইঘণ্টামানৰ ভিতৰতে হোৱা প্ৰচণ্ড বৰষুণৰ বাবে ৱায়ানাডত ভূমিস্খলন সংঘটিত হয়। বুধবাৰৰ পৰা ৱায়নাড আৰু কোজিকোডত বৰষুণ দি আছে। ধাৰাসাৰ বৰষুণৰ বাবে ৩০ জুলাইৰ পৰিস্থিতিৰ পুনৰাবৃত্তিৰ পৰা হাত সাৰিবলৈ জিলাসমূহক আগতীয়াকৈ সকীয়াই দিয়া হৈছে।

‘মৌছম ভৱন’ৰ মুৰব্বী মৃত্যুঞ্জয় মহপাত্ৰই কয় যে ভাৰতৰ পশ্চিম উপকূলত কিমান বৰষুণ পৰিব পাৰে তাৰ পূৰ্বাভাস নিয়মীয়াকৈ দিয়া হয়। একে সময়তে তেওঁ দাবী কৰে যে ৩০ জুলাইত কেৰালাতো চূড়ান্ত সতৰ্কবাণী জাৰি কৰা হৈছিল। যোৱা নিশা ৩০ জুলাইত ৱায়নাডত চাৰিবাৰকৈ ভূমিস্খলন হৈছিল। ইয়াৰ বাবেই মুণ্ডক্কাই, চুৰালমালা, ভেলাৰীমালা আদি কেইবাখনো গাঁও প্ৰায় নিঃশেষ হৈ গ’ল। সেই পতনত তিনিশৰো অধিক লোকৰ মৃত্যু হৈছিল। বহুতো নিৰুদ্দিষ্ট হৈছে। পতনৰ পাছৰ পৰিণতি শেষ হোৱাৰ লগে লগে ৱায়নাডত বিপদৰ নতুন ডাৱৰে আছ্ন্ন কৰিবলৈ ধৰিছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd