• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উ.পূবৰ “চিন্তা” দূৰ কৰি সংসদৰ পৰৱৰ্তী অধিৱেশনলৈ ন-সাজত নাগৰিকত্ব বিধেয়ক

মঙলবাৰে সংবাদ মাধ্যমত অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অনুপ শৰ্মা, কল্পজ্যোতি শইকীয়া by অনুপ শৰ্মা, কল্পজ্যোতি শইকীয়া
September 24, 2019 9:31 pm
New draft of Citizenship Bill in pipeline, says Himanta Biswa

মঙলবাৰে আঁচনি মুকলি কৰি হিমন্ত বিশ্ব শৰ্মা। ছবি- ইউ বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কৈছে যে সংসদৰ পৰৱৰ্তী অধিৱেশনত নাগৰিকত্ব বিধেয়ক পুনৰ উত্থাপন কৰা হ’ব, কিন্তু তাত কিছু সংশোধন সংযোজিত হ’ব।

ভাৰতৰ গৃ্হ মন্ত্ৰী অমিত শ্বাহে এই কথা জনোৱা বুলি শৰ্মাই প্ৰকাশ কৰিছে।

Apply Now

পূৰ্বে উত্তৰ-পূবত ব্যাপক প্ৰতিবাদৰ সন্মুখীন হোৱা বিধেয়কখনৰ নতুন ৰূপে, মন্ত্ৰীজনৰ মতে, অঞ্চলটোৰ লোকসকলৰ “চিন্তা” দূৰ কৰিব।

“আমি নাগৰিকত্ব বিধেয়কৰ এক নতুন খচৰা দাখিল কৰিবলৈ আগবাঢ়িছো যিটো উত্তৰ-পূবৰ লোকৰ বাবে গ্ৰহণযোগ্য হ’ব। মই ভাবো বিধেয়কখনে সংস্কৃতি আৰু ভাষা প্ৰভাৱিত কৰিব বুলি উত্তৰ-পূবৰ লোকসকলে কৰা চিন্তাক নতুন বিধেয়কখনে সন্তুষ্ট কৰিব,” মঙলবাৰে গুৱাহাটীত আয়োজিত এক সংবাদ মেলৰ পিছত সাংবাদিকক মন্ত্ৰীজনে কয়।

উত্তৰ-পূবত সংবিধানৰ ৩৭১নং অনুচ্ছেদ, ষষ্ঠ অনুসূচী আৰু জনজাতীয় সংস্কৃতি, ভাষা আৰু নৃগোষ্ঠীয় সুৰক্ষাদায়ী আইনসমূহক নতুন বিধেয়কখনে খাৰিজ নকৰে, তেওঁ কয়।

উত্তৰ-পূবৰ কিছু ৰাজ্যত থকা ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাৰ ওপৰতো বিধেয়কখনে প্ৰভাৱ নেপেলায়, শৰ্মাই কয়।

কিন্তু, অসমৰ ক্ষেত্ৰত তেওঁ ইনাৰ লাইন পাৰ্মিট নিবিচাৰো বুলি মন্তব্য কৰে।

“ই অসমৰ অৰ্থনীতিত প্ৰভাৱ পেলাব। কিন্তু উত্তৰ-পূবৰ অন্য ৰাজ্যই ইনাৰ লাইন পাৰ্মিট দাবী কৰি আছে। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ভাল আৰু বেয়া প্ৰভাৱসমূহ চাই এইটো মানি ল’ব,” শৰ্মাই কয়।

তেওঁ লগতে জনাই যে বিধেয়কখনক লৈ বিজেপি দলে সংশ্লিষ্ট ৰাইজৰ লগত আলোচনাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিব।

“প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈছে আৰু বিধেয়কখন সন্দৰ্ভত ৰাইজ আৰু সংগঠনসমূহৰ লগত কথা পাতিবলৈ বিজেপিৰ বহুকেইজন শীৰ্ষ নেতা নৱেম্বৰৰ পূৰ্বেই অসমলৈ আহিব,” শৰ্মাই জনায়।

গৃহ মন্ত্ৰী শ্বাহে কৈছে যে তাৰ (বিধেয়ক উত্থাপনৰ পূৰ্বে) আগতে আলোচনাৰ প্ৰক্ৰিয়া এটা হ’ব, শৰ্মাই কয়।

গুৱাহাটীত শেহতীয়াকৈ অনুষ্ঠিত নেদাৰ সন্মিলনত অমিত শ্বাহে উত্তৰ-পূবৰ সহযোগী দলৰ নেতাসকলক এই প্ৰতিশ্ৰুতি আগবঢ়োৱা বুলি পূৰ্বে বাতৰি প্ৰকাশ হৈছে।

আনহাতে, শৰ্মাই লগতে কয় যে বিধেয়ক আৰু এন আৰ চি দুয়োটা সুকীয়া বিষয়।

“এন আৰ চিৰ লগত কেবৰ কোনো সম্পৰ্ক নাই। দুয়োটাই নিজৰ ৰাস্তা নিজেই ল’ব। এন আৰ চি উচ্চতম ন্যায়ালয়ৰ অধীনত, কেব সংসদৰ অধীনত হ’ব। দুইটাই বেলেগ বেলেগ ইছু,” শৰ্মাই কয়।

প্ৰকাশিত এন আৰ চিক লৈ বিজেপি দল সুখী নহয় বুলি পুনৰ দোহাৰি তেওঁ কয় যে চৰকাৰে পঞ্জীখন পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাব।

তেওঁ কয় যে বিজেপিয়ে আনকি এন আৰ চি প্ৰক্ৰিয়াটোৱে নতুনকৈ হোৱাটো বিচাৰিছে।

“বিজেপি দলে বিচাৰো নতুন এন আৰ চি হ’ব লাগে, দেখা যাব কি হয়,” শৰ্মাই কয়।

অনুপ শৰ্মা, কল্পজ্যোতি শইকীয়া

অনুপ শৰ্মা, কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd