প্ৰায় তিনিটা দশকৰ অন্তত দেশত নতুন শিক্ষা নীতি: কি আছে নতুন শিক্ষা নীতি-২০২০ত

কেন্দ্ৰীয় কেবিনেটে আজি নতুন শিক্ষা নীতি-২০২০ত অনুমোদন জনায়। ১৯৮৬ চনতে গৃহীত ৰাষ্ট্ৰীয় শিক্ষা নীতি সংশোধন ঘটোৱা হৈছিল ১৯৯২ চনত।

ইয়াৰ পিছত প্ৰায় তিনিটা দশকৰ ধৰি শিক্ষা নীতিৰ কোনো সংশোধন ঘটোৱা হোৱা নাছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চলিত বৰ্ষৰ মে’ মাহত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আমূল পৰিৱৰ্তন ঘটোৱা হ’ব বুলি ইংগিত দিছিল।

তাৰেই ফলশ্ৰুতিত আজি কেন্দ্ৰীয় কেবিনেটে শিক্ষা খণ্ডৰ আমূল পৰিৱৰ্তনৰ লক্ষ্যৰে মানৱ সম্পদ উন্নয়ন দপ্তৰৰ নাম সলনি কৰাৰ লগতে নতুন শিক্ষা নীতিতো অনুমোদন জনায়।

প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে অনুমোদন জনোৱা নতুন শিক্ষা নীতি-২০২০ কি আছে বাৰু চাওঁ আহকচোন—