• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৃথিৱীলৈ আহি গ’ল নতুন প্ৰজন্ম; ১ জানুৱাৰীৰ পৰা জন্ম হোৱা শিশুবোৰ হ’ব ‘জেনেৰেচন বিটা’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2025 9:06 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন বছৰ আৰম্ভ হৈ গৈছে। ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা পৃথিৱীত নতুন প্ৰজন্মৰ আগমন ঘটিবলৈ ওলাইছে। এই নতুন প্ৰজন্মৰ নাম দিয়া হৈছে জেনেৰেচন বিটা (Generation Beta)। ২০২৫ চনৰ পৰা ২০৩৯ চনৰ ভিতৰত জন্ম হোৱা শিশুবোৰ এই প্ৰজন্মৰ অন্তৰ্ভুক্ত।

গৱেষক মাৰ্ক মেকক্ৰিণ্ডলে ধাৰণা কৰে যে ২০৩৫ চনৰ ভিতৰত তেওঁলোকে বিশ্বৰ ১৬ শতাংশ জনসংখ্যা দখল কৰিব। আনকি এই প্ৰজন্মৰ বহুতেই হয়তো ২২তম শতিকাৰ পোহৰ দেখিবলৈ পাব।

Apply Now

জেনেৰেচন বিটা হৈছে জেনেৰেচন আলফা (২০১০-২০২৪)ৰ পৰৱৰ্তী প্ৰজন্ম। তাৰ আগতে আছিল জেনেৰেচন জেড (১৯৯৬-২০১০) আৰু তাৰ আগতে মিলেনিয়ালছ (১৯৮১-১৯৯৬)।জেনেৰেচন আলফাৰ পৰা আৰম্ভ হোৱা গ্ৰীক বৰ্ণমালাৰ ধাৰাবাহিকতা ৰক্ষা কৰি এই নতুন নামকৰণটো কৰা হৈছে।

জেনেৰেচন বিটা প্ৰজন্মৰ ল’ৰা-ছোৱালী এনে যুগত ডাঙৰ-দীঘল হ’ব য’ত প্ৰযুক্তি মানুহৰ জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ থাকিব। এক কথাত প্ৰযুক্তি অবিহনে তেওঁলোকে একো বুজি নাপাব। স্বয়ংক্ৰিয় বাহন, উন্নত স্বাস্থ্য প্ৰযুক্তি আৰু ভাৰ্চুৱেল পৰিৱেশ এই প্ৰজন্মৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰিব।

গৱেষক মাৰ্ক মেকক্ৰিণ্ডলে কয় যে, ‘য’ত জেনেৰেচন আলফাই কৃত্ৰিম বুদ্ধিমত্তা আৰু স্মাৰ্ট প্ৰযুক্তিৰ উত্থান দেখিছে, জেনেৰেচন বিটাই সেই প্ৰযুক্তিক তেওঁলোকৰ শিক্ষা, কেৰিয়াৰ, স্বাস্থ্যসেৱা আৰু মনোৰঞ্জনৰ প্ৰতিটো দিশতে সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পাৰিব।’

অৱশ্যে জেনেৰেচন বিটাৰ প্ৰত্যাহ্বানো আছে। প্ৰযুক্তিৰ উন্নতিয়ে নিশ্চিতভাৱে তেওঁলোকৰ জীৱন সহজ কৰি তুলিব, কিন্তু তেওঁলোকে জলবায়ু পৰিৱৰ্তন, নগৰায়ন আৰু বিশ্ব জনসংখ্যা পৰিৱৰ্তনৰ দৰে ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। এই প্ৰজন্মই অভিযোজন ক্ষমতা, গুণগত মান আৰু সহযোগিতাৰ গুৰুত্ব বুজিব লাগিব। তদুপৰি প্ৰযুক্তি বিকাশ কাৰ্যকৰী কৰাৰ বাবেও জেনেৰেচন বিটাৰ ওপৰত দায়িত্ব থাকিব।

ইয়াৰ লগতে ছ’চিয়েল মিডিয়াৰ ক্ৰমবৰ্ধমান ব্যৱহাৰৰ ফলত মানুহৰ মাজত মুখামুখি সংযোগ হ্ৰাস পাইছে। সেয়ে এই প্ৰজন্মই প্ৰকৃত সম্পৰ্ক গঢ়ি তোলাৰ উপায় বিচাৰি উলিওৱাৰ প্ৰয়োজন হ’ব। গৱেষকসকলে কয় যে, ‘তেওঁলোকৰ প্ৰয়োজন, মূল্যবোধ আৰু পছন্দসমূহ বুজাটো অতি গুৰুত্বপূৰ্ণ, কিয়নো তেওঁলোকেই ভৱিষ্যতৰ সমাজখন গঢ় দিব।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am
কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am
কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd