• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তপা লোকৰ বাবে সুখৱৰ; বজাৰলৈ আহি আছে মূৰত চুলি গজোৱা বিশেষ যন্ত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 21, 2019 12:24 pm
432116-cap

ফটো : জি নিউজৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুলি সৰাৰ বাবে চিন্তিত লোকসকলৰ বাবে সুখৱৰ। বিশেষজ্ঞসকলে পিন্ধিব পৰা এটা যন্ত্ৰ বিকশিত কৰিছে, যিটোৱে পৰিধান কৰাজনৰ পৰা শক্তি লাভ কৰে আৰু চুলিৰ কোষসমূহক উত্তেজিত কৰাৰ বাবে বৈদ্যুতিক সংকেত প্ৰেৰণ কৰে তথা চুলি পুনৰ গজাই তোলে।

উক্ত যন্ত্ৰটো পৰিধান কৰা লোকসকলৰ গতিবিধিৰ ফলতেই ই শক্তি প্ৰাপ্ত কৰে।

Apply Now

সেয়েহে, ইয়াক শক্তিশালী বেটেৰীৰ বা জটিল ইলেকট্ৰনিক্সৰ প্ৰয়োজন নহয়। প্ৰকৃততে ইয়াক বেচবলৰ টুপীটোৰ তলত সাৱধানে পৰিধান কৰিব পাৰি।

আমেৰিকাৰ উইচকনছিন-মেডিছন বিশ্ববিদ্যালয়ৰ অধ্যাপক জুডোংগ বাংগে কয়,’’মই ভাৱো এইটো চুলি পুনৰ গজোৱাৰ বাবে অত্যন্ত ব্যৱহাৰিক সমাধান।‘’

‘এচিএছ নেনো’ নামৰ জাৰ্ণেলখনত এই যন্ত্ৰটো উদ্ভাৱনৰ কথা প্ৰকাশ পাইছে।

চুলি নোহোৱা এন্দুৰৰ ওপৰত চলা নিৰন্তৰ পৰীক্ষাত এই যন্ত্ৰটোৱে সক্ৰিয়তাৰে চুলি বৃদ্ধিৰ সংকেত প্ৰেৰণ কৰিছে যিটো দুটা বেলেগ বেলেগ তপাৰ বাবে থকা ঔষধত পোৱা যায়।

দিনে দিনে চলি থকা শৰীৰৰ গতিৰ পৰা শক্তি সংগ্ৰহ কৰা যন্ত্ৰটোৰ আধাৰত চুলিৰ বিকাশ কৰা ছালৰ কাৰিকৰীক সযতনে, কম স্পন্দনযুক্ত বৈদ্যুতিক সংকেত প্ৰেৰণ কৰে, যিয়ে সুপ্ত হৈ থকা কোষসমূহক পুনৰ সক্ৰিয় কৰি চুলি গজোৱাত সহায় কৰে।

এই যন্ত্ৰ বজাৰলৈ অহাৰ পাছত তপা লোকসকলে যথেষ্ট স্বস্তি লাভ কৰিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm
চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

June 7, 2026 6:41 pm
দুবাৰকৈ আই পি এলৰ খিতাপ জয়, তথাপিও ভাৰতীয় দলত স্থান নাপালে ৰজত পাটীদাৰে

দুবাৰকৈ আই পি এলৰ খিতাপ জয়, তথাপিও ভাৰতীয় দলত স্থান নাপালে ৰজত পাটীদাৰে

June 7, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd