DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ উপলব্ধ হ’ল ৰন্ধন গেছৰ সৰবৰাহ স্বয়ংক্ৰিয়ভাবে বন্ধ কৰি দিব পৰা ৰেগুলেটৰ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 3, 2021 4:58 pm
304
VIEWS
Share on FacebookShare on Twitter

আজি গুৱাহাটী প্ৰেছ ক্লাৱত আই জি টি নৰ্থ ইষ্ট (IGT Northeast) ৰ এখন সংবাদলে আয়োজন কৰা হয়।
উক্ত সংবাদমেলখনত আই জি টি নৰ্থ ইষ্টৰ প্ৰচাৰক হিতেশ দাসে সাংবাদিকক সম্বোধন কৰে।

সংবাদমেলত তেওঁ কয় “বর্তমান সময়ত আমি প্ৰায়ে ঘৰত ব্যৱহাৰ কৰা এল. পি. জি. চিলিণ্ডাৰৰ পৰা হোৱা দুৰ্ঘটনাবোৰ দেখা আৰু শুনা পাই আহিছো। যাৰ ফলত সম্পত্তিৰ ক্ষয়- ক্ষতিৰ লগতে বহু মানুহ বিকলাঙ্গ হৈছে আৰু মৃত্যুবৰণো কৰিবলগীয়া হৈছে।”

“তথাপিটো এল. পি. জি. (LPG) ব্যৱহাৰ নকৰাকৈ বৰ্তমান সময়ত কোনেও জীৱন যাপন কৰিব নোৱাৰে। সেয়েহে চৰকাৰৰ অনুমোদন লৈ আই. এছ. আই (ISI) স্বীকৃতিপ্রাপ্ত ভাৰতৰ হায়দৰাবাদত Integrated Gas Contoal Technology নামে এটি কোম্পানী প্রতিষ্ঠা কৰে। এই প্রতিষ্ঠানটোৱে IGT LPG Safety নামেৰে এটা ৰেগুলেটৰ প্রস্তুত কৰে।” সংবাদমেলত কয় প্ৰতিষ্ঠানটোৰ প্ৰচাৰক হিতেশ দাসে।

বহু আগৰে পৰা ভাৰতৰ বাহিৰে বিশ্বৰ বহুকেইখন আগশাৰীৰ দেশত এই ৰেগুলেটৰটো ব্যৱহাৰ কৰি আহিছে বুলি তেওঁ জানিবলৈ দিয়ে।

এই ৰেণ্ডলেটৰটোৱে এল. পি. জি. (LPG) চিলিণ্ডাৰৰ পৰা হবলগীয়া দুৰ্ঘটনাৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষা প্রদান কৰে বুলি তেওঁ জনায়।

তেওঁ আৰু কয় “যদি আমি ব্যৱহাৰ কৰা এল. পি. জি. চিলিণ্ডাৰ বা গেছৰ সংযোগ হোৱা নলী বা চৌকাত লিকেজ হয় তেনেহ’লে এই ৰেণ্ডলেটৰটোৱে চিলিণ্ডাৰৰ পৰা ওলোৱা গেছ স্বয়ংক্রিয়ভাবে বন্ধ কৰি দিয়ে”।

যাৰফলত হ’বলগীয়া দুৰ্ঘটনাৰপৰা হাত সাৰিব পাৰি বুলি তেওঁ সদৰী কৰে। তেওঁ লগতে কয় “অসমৰ লগতে উত্তৰ পূৱৰ সকলো অঞ্চলত এই ৰেগুলেটৰটো উপলব্ধ কৰিবৰ বাবে গুৱাহাটীৰ মালিগাঁওত উত্তৰ পূৱৰ মুখ্য কাৰ্য্যলয়টো স্থাপন কৰা হৈছে।

সবিশেষ জানিবৰ বাবে এই 6901413221 ফোন নম্বৰত যোগাযোগ কৰিব পাৰে বুলি তেওঁ জনায়।

Recent News

Bumrah selected as test captain

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ পৰা বাহিৰ ৰোহিত শৰ্মা: বুমৰাহৰ কান্ধত অধিনায়কৰ দায়িত্ব

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd