• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আইফোন কিনাৰ পৰিকল্পনা আছে?; ২৫,৯০০ টকা সস্তাত কিনক Appleৰ iPhone 11

এন ই নাও নিউজ by এন ই নাও নিউজ
September 23, 2019 6:19 pm
iphone_11_sale_1569235781_618x34756

ফটো : ইন্টাৰনেটৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Apple য়ে এতিয়া iPhone 11, iPhone 11 Pro আৰু iPhone 11 Pro Max  মুকলি কৰিছে।

প্ৰকৃততে, আকৰ্ষণীয় ডিজাইনৰ অভাৱৰ বাবে এইবাৰ আইফোনৰ বাবে গ্ৰাহকৰ মাজত পূৰ্বৰ দৰে আগ্ৰহ দেখা যোৱা নাই।

Apply Now

তথাপি, Apple আৰু ইয়াৰ প্ৰডাক্টসমূহ পছন্দ কৰা অনুৰাগীসকলে এইটো ক্ৰয় কৰিব বিচাৰিব।

ভাৰতত iPhone 11 ছিৰিজৰ দাম ঘোষণা কৰা হৈছে। সাধাৰম মডেল iPhone 11ৰ দাম ভাৰতত ৬৪,৯০০ টকা। কিন্তু ইয়াক আপুনি ৩৯০০০ টকাত ক্ৰয় কৰিব পাৰিব। ভাৰতত এই মডেলৰ ওপৰত ৬০০০ টকাৰ কেছবেক লাভ কৰিব।

ভাৰতত iPhone 11 ছিৰিজ ২৭ ছেপ্টেম্বৰৰ পৰা উপলব্ধ হ’ব। আপুনি যদি HDFC কাৰ্ড য়ুজাৰ আৰু আপুনি ইয়াৰে আইফোন কৰ্য় কৰে, তেন্তে আপুনি ৬০০০ টকাৰ ইনষ্টেন্ট ডিস্কাউন্ট লাভ কৰিব।

iPhone 11 Pro মডেলত আপুনি ৭০০০টকা পৰ্যন্ত ডিস্কাউন্ট লাভ কৰিব।

HDFCয়ে এই iPhoneৰ ক্ৰয়ৰ ওপৰত ৰিৱাৰ্ড পইন্ট দি আছে আৰু ইয়াক হিচাপ কৰিলে iPhone 11ৰ আচল দাম ৩৯০০০টকা আহে।

HDFC ৰিৱাৰ্ড পইন্টৰ কথা ক’বলৈ গ’লে HDFC Infinia Credit Card ৰে যদি আপুনি ইয়াক ক্ৰয় কৰে তেন্তে 10X ৰিৱাৰ্ড পইন্ট লাভ কৰিব।

এই ক্ৰেডিট কাৰ্ডেৰে ক্ৰয় কৰিলে বেংকে প্ৰায় ১৯,৬০০ টকা পৰ্যন্ত ৰিৱাৰ্ড পইন্ট দিব। মনত ৰাখিবলগীয়া কথাটো হ’ল যে এই অ’ফাৰৰ লাভ HDFC Bank Infinia Card ব্যৱহাৰ কৰিলেহে লাভ কৰিব।

এতিয়া আপুনি ৰিৱাৰ্ড পইন্টৰ সহায়ত ৰাহি কৰা ১৯,৬০০ টকা আৰু ৬,০০০টকাৰ ইনষ্টেন্ট ডিস্কাউন্টক হিচাপ কৰিলে iPhone 11ৰ আচল দাম আপোনাৰ বাবে হ’ব ৩৯,৯০০টকা।

iPhone 11ৰ  প্ৰি বুকিং চলি আছে। ইয়াক Appleৰ অথৰাইজড ৰিটেইল ষ্টোৰত, এমাজন, ফ্লিপকাৰ্ট আৰু পেটিএম ৰ দ্বাৰাও কৰিব পাৰে।

যদি আপোনাৰ লগত HDFC Infinia Card নাই, তথাপি আপুনি iPhone 11   আৰু iPhone 11 Pro মডেলসমূহত ৭০০০টকাৰ কেছবেক লাভ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd