• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ্তব্যত যোগদান কৰিয়েই সক্ৰিয় ৰূপত নগাঁৱৰ নতুন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

মুৰুলী বৰুৱা by মুৰুলী বৰুৱা
May 18, 2021 8:43 pm
IPS Anand Mishra
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী কৰ্মদক্ষ আৰক্ষী বিষয়া হিচাপে এক পৰিচিত নাম আনন্দ মিশ্ৰ। ধুবুৰীৰ পৰা বদলি হৈ কালি সন্ধিয়া নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰে আইপিএছ বিষয়া আনন্দ মিশ্ৰই। যোগদান কৰাৰ পিছদিনাই অধিক সক্ৰিয় ৰূপত দেখা পোৱা গ’ল নতুন আৰক্ষী অধীক্ষক গৰাকীক।

আৰক্ষী অধীক্ষক মিশ্ৰই আজি দুপৰীয়া নগাঁও চহৰৰ মাজমজিয়াৰ লক্ষীনগৰ চাৰিআলিৰ মহাবীৰ ট্ৰেভেলচত উপস্থিত হয়। এই মহাবীৰ ট্ৰেভেলচতে প্ৰায় এমাহ ধৰি আৱদ্ধ হৈ আছে কেৰেলাৰ প্ৰায় ৫৭ খনকৈ বাচৰ লগতে সেই ৰাজ্যখনৰ এশৰো অধিক লোক।

Apply Now

ৰাজ্য চৰকাৰে কোভিডৰ ভয়াৱহতাৰ বাবে জাৰি কৰা নতুন এছঅ’পিৰ বাবে এই বাচসমূহ যাত্ৰী লৈ যাব নোৱাৰা হ’ল।

স্থানীয় লোকসকলে কেৰেলাৰ সেই বাচসমূহৰ লগতে কেৰেলাৰ বাচৰ কৰ্মচাৰীসকলক পঠিয়াবৰ বাবে নগাঁও জিলা প্ৰশাসনৰ ওচৰত আপত্তি জনাই আহিছিল। ইয়াৰোপৰি কেৰেলাৰ এই লোকসকলে নিজেও ঘূৰি যাব বিছাৰিছিল তেওঁলোকৰ গৃহ ৰাজ্যলৈ।

ইতিমধ্যে কেৰেলা চৰকাৰৰ সৈতেও যোগাযোগ কৰিছে নগাঁৱত আৱদ্ধ এইসকল লোকে। নতুন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এই লোকসকলক লগ কৰি শীঘ্ৰেই এইলোকসকলক গৃহ ৰাজ্যলৈ পঠিওৱাৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে।

ইয়াৰ উপৰিও সেই স্থানতে সাংবাদিকৰ আগত নগাঁৱত চলি থকা ড্ৰাগছৰ ৰমৰমীয়া বেহা শীঘ্ৰেই বন্ধ হ’ব বুলিও কথা দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে। প্ৰয়োজনত কাষৰীয়া জিলাসমূহৰ আৰক্ষীকো একগোট কৰি নিজে নেতৃত্ব লৈ হ’লেও ড্ৰাগছ বন্ধ কৰাৰ বিৰুদ্ধে আৰক্ষী অধীক্ষক গৰাকীয়ে অভিযান চলাব বুলিও দৃঢ়তাৰে কয়।

নগাঁৱত চলি থকা গৰু চিণ্ডিকেট বন্ধ কৰাৰ বাবেও ব্যৱস্থা গ্ৰহন কৰিব বুলিও তেওঁ দৃঢ়তাৰে কয়। সৎ আৰু নিষ্ঠাৱান আৰক্ষী বিষয়া হিচাপে খ্যাতি থকা আইপিএছ বিষয়া আনন্দ মিশ্ৰই নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাত নগঞা ৰাইজ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে।

মুৰুলী বৰুৱা

মুৰুলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd