• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২১ ডিচেম্বৰত ৰাজ্যত সংখ্যালঘুৰ বাবে নতুন ৰাজনৈতিক দল ঘোষণাৰ প্ৰস্তুতি

NE NOW NEWS মুৰলী বৰুৱা
নগাঁও , December 17, 2020 8:50 pm

2 min read

a mino
529
VIEWS
Share on FacebookShare on Twitter

ভাৰতবৰ্ষ স্বাধীন হোৱা ৭৩ বছৰ পাৰ হৈ গল। কিন্তু আজিলৈকে অসমৰ সংখ্যালঘুৰ সমস্যাৰ সমাধান হোৱা নাই।

যুগ যুগ ধৰি অসমত সংখ্যালঘু মানুহ লাঞ্ছিত -বঞ্চিত হৈ আছে। যাৰ বাবেই অসমৰ সংখ্যালঘু মানুহৰ সমস্যা সমাধানৰ বাবে নতুন ৰাজনৈতিক আঞ্চলিক দল গঠন কৰা হ’ব বুলি জানিব দিয়ে দলৰ মুখ্য  আহ্বায়ক অধিবক্তা ৰেজাউল কৰিমে।

তেওঁ কয় যে অহা ২১ ডিচেম্বৰত দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাৱত ঘোষণা হ’ব সংখ্যালঘুৰ নতুন ৰাজনৈতিক দলৰ।

তেওঁ কয় যে প্ৰতিটো ৰাজনৈতিক দলেই সংখ্যালঘুৰ ভোট লৈ শাসনৰ গাদীত বহিছে যদিও আজিলৈকে কোনো এটা দলেই সংখ্যালঘুৰ সমস্যাৰ সমাধান কৰা নাই ।

অসম চুক্তি মতে অসমত থকা সংখ্যালঘু ৰাইজৰ নাগৰিকত্বৰ প্ৰমাণ থকা স্বত্বেও সাংবিধানিক সম অধিকাৰ, সম মৰ্য্যাদা, সম উন্নয়ন আৰু মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে ইমান দিনে।

অসমৰ সংখ্যালঘু মুছলিম আৰু বঙালীক “সন্দেহযুক্ত”,  “অনুপ্ৰৱেশকাৰী “, ” বাংলাদেশী “,  আদি অপবাদ দি চৰকাৰী সা – সুবিধাৰ পৰাও বঞ্চিত কৰাৰ ষড়যন্ত্ৰ যুগ যুগ ধৰি চলি  আহিছে।

ভাৰতীয় নাগৰিকৰ লগত কৰা এনে কাৰ্য অসাংবিধানিক।

অসমত থকা সংখ্যালঘু লোক সকলো অসমীয়া জাতিৰে অংশ।

অসমীয়া জাতি শক্তিশালী কৰিবলৈ শংকৰ – আজানৰ মিলন ভূমি অসমত থকা সকলো ধৰ্মলম্বী, জাতি-জনগোষ্ঠী, বৰ্ণ-ভাষা ভাষী, সংখ্যালঘু, দলিত, আদিবাসী, পিছপৰা সম্প্ৰদায় সকলোৰে সম-সাংবিধানিক অধিকাৰ , সম- মৰ্য্যাদা, সম-উন্নয়ন, ন্যায়, নিৰাপত্তা দি ভয়মুক্ত কৰা  আৰু সম বিকাশৰ বাবে এই দলটোৱে কাম কৰি যাব বুলি মুখ্য আহ্বায়ক অধিবক্তা ৰেজাউল কৰিম এক বিবৃতি যোগে জানিবলৈ দিয়ে।

Recent News

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd