• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

জানক ড্ৰাইভিং লাইচেঞ্চ নবীকৰণৰ নতুন নিয়ম : নহ’লে পুনৰ উলিয়াব লাগিব ‘লাৰ্নাৰ্চ’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 29, 2019 12:48 pm

1 min read

ministry_of_road_transport__highways_electronic_documents_driving_license_certificate_of_registr_1545310265_725x725

প্ৰতিনিধিত্বমূলক ফটো

80.9k
VIEWS
Share on FacebookShare on Twitter

ড্ৰাইভিং লাইচেঞ্চ নবীকৰণৰ ক্ষেত্ৰত চৰকাৰে নতুন নিয়ম আনিছে। এতিয়াৰ পৰা যদিহে ম্যাদ ওকলাৰ এবছৰৰ ভিতৰতে আপুনি লাইচেঞ্চখনৰ ৰিনিউ নকৰে তেন্তে ভীষণ সমস্যাত পৰিব।

কিয়নো সংশোধিত যান বাহন আইন মতে এবছৰৰ ভিতৰত লাইচেঞ্চ ৰিনিউ নকৰা সকলে আৰম্ভণিৰ পৰা কৰিব লাগিব লাইচেঞ্চ বনোৱাৰ কাম।

ফলত আপুনি ২০ নম্বৰৰ কম্পিউটাৰাইজড পৰীক্ষাত বহাৰ বাবে আবেদন কৰাৰ লগতে ৩০ দিনলৈকে পাৰ্মানেণ্ট (স্থায়ী) লাইচেঞ্চৰ বাবে অপেক্ষা কৰিব লাগিব।

উল্লেখযোগ্য যে বৰ্তমান ম্যাদ ওকলা ড্ৰাইভিং লাইচেঞ্চৰ ক্ষেত্ৰত ৫০০ টকাৰ জৰিমণা বিহা হয়।   

মহাৰাষ্ট্ৰত এই নতুন নিয়ম কঠোৰভাৱে কাৰ্যকৰী কৰা হৈছে। তাৰ ৰিজিয়নেল ট্ৰান্সপোৰ্ট অফিচাৰ অভয় দেশুপাণ্ডেই কয়, ‘সংশোধিত যান বাহন আইন মানি চলিবলৈ আমি বাধ্য। মহাৰাষ্ট্ৰৰ ৫০ টা RTO-তেই ইয়াক কাৰ্যকৰী কৰা আৰম্ভ হৈছে।‘

লাইচেঞ্চৰ ম্যাদ উকলি যোৱা উক্ত আবেদনকাৰী সকলৰ ক্ষেত্ৰ অন্য কোনো ‘বিশেষ ব্যৱস্থা’ নাথাকে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘তেওঁলোকেও অন্য আবেদনকাৰী সকলৰ সৈতে লাইনত থিয় হৈ লাৰ্নাৰ্চ লাইচেঞ্চৰ বাবে আবেদন কৰিব লাগিব।’

Recent News

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd