• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫,৪৯৯ টকাত আহিছে নতুন স্মাৰ্টফোন; লগত ৭৯৯ টকাৰ ব্লুটুথ হেডফোন ফ্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 30, 2019 9:46 am
tecno-spark-go-11_544_940_425_735

ফটো : ইন্টাৰনেটৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Tecno এ ভাৰতত তেওঁলোকৰ দুটা নতুন বাজেটৰ স্মাৰ্টফোন বজাৰত মুকলি কৰিছে।

এই স্মাৰ্টফোন দুটা হৈছে Tecno Spark Go আৰু Tecno Spark 4 Air।

Apply Now

বজাৰলৈ অহা এই মোবাইলত ডট নচ ডিচপ্লে আৰু AI ফ্ৰন্ট ফ্লেছৰ দৰে ফিচাৰ্ছ আগবঢ়োৱা হৈছে।

Spark Go ৰ মূল্য ৫,৪৯৯ টকা আৰু Spark 4 Air ৰ মূল্য ৬,৯৯৯ টকা নিৰ্দ্ধাৰণ কৰা হৈছে।

আনহাতে, কোম্পানীয়ে Spark Goৰ লগত ৭৯৯ টকাৰ ব্লুটুথ এয়াৰফোনো ফ্ৰী দিয়া হৈছে। অৱশ্যে এই অ’ফাৰ সীমিত সময়ৰ বাবেহে আছে।

Tecno Spark Go ৰ বিশেষত্বসমূহঃ

এই স্মাৰ্টফোনত ৬.১ ইঞ্চি HD+ডট নচ ডিচপ্লে আগবঢ়োৱা হৈছে আৰু ইয়াত 2.0GHz কোড কোৰ MediaTek Helio A22 প্ৰচেছৰ আছে।

ইয়াত 2GB ৰেমৰ লগতে 16GBৰ ইন্টাৰনেল মেম’ৰি দিয়া হৈছে। কাৰ্ডৰ জৰিয়তে ইয়াক 256GB পৰ্যন্ত বৃদ্ধি কৰিব পৰা যায়।

thumbnail_go_1567072919_618x347
ফটো : নৰ্থইষ্ট নাও

এই স্মাৰ্টফোন এণ্ড্ৰই’ড  9.0 ভিত্তিক HiOS 5.0 ত চলে।

ফটোগ্ৰাফীৰ বাবে ইয়াৰ ৰিয়াৰত ডুৱেল ফ্লেছৰ লগতে এটা ৮ মেগাপিক্সেল AI কেমেৰা দিয়া হৈছে।

সেইদৰে ছেল্ফিৰ বাবে ইয়াত ৫ মেগাপিক্সেলৰ কেমেৰা দিয়া হৈছে। ইয়াক ফ্লেছৰ ছাপোৰ্টো গ্ৰাহকে লাভ কৰিব।

ইয়াৰ বেটেৰী 3,000mAhৰ। ছিকিউৰিটিৰ বাবে ইয়াত AI ভিত্তিক ফেছ আনলক ফিচাৰ্ছ দিয়া হৈছে।

দুয়োটা স্মাৰ্টফোনেই  নেবুলা ব্ল্যাক আৰু ৰয়েল পাৰ্প’ল ৰঙৰ বিকল্প গ্ৰাহকে পছন্দ কৰিব পাৰে।

Tecno Spark 4 Airৰ বিশেষত্বসমূহঃ

ইয়াত ৬.১ ইঞ্চি HD+ডট নচ ডিচপ্লেৰ সৈতে আক্টা কোৰ MediaTek Helio A22প্ৰচেছৰ আগবঢ়োৱা হৈছে।

ইয়াত গ্ৰাহকক 3GBৰেমৰ আৰু 32GB ষ্ট’ৰেজ দিয়া হৈছে। ইয়াৰ মেম’ৰি 256GB পৰ্যন্ত বৃদ্ধি কৰিব পাৰি।

তদুপৰি, ইয়াত এণ্ড্ৰই’ড 9 পাই ভিত্তিক HiOS 5.0দিয়া হৈছে।

ফটোগ্ৰাফীৰ বাবে ইয়াৰ ৰিয়াৰত 13মেগাপিক্সেল আৰু VGA AIকেমেৰা দিয়া হৈছে।

সেইদৰে ইয়াৰ ফ্ৰন্টত ছেল্ফিৰ কাৰণে মেগাপিক্সেল কেমেৰা দিয়া হৈছে।

ইয়াৰ বেটেৰী 3,000mAhৰ। লগতে কোম্পানীয়ে ইয়াত ৰিয়াৰত এন্টি অইল ফিংগাৰপ্ৰিন্ট চেন্সৰ দিয়া হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm
চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

June 7, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd