• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিযুক্তি দিয়া হ’ল এন আৰ চিৰ নতুন ৰাজ্যিক সমন্বয়ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2022 7:56 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

New state NRC coordinator appointed অসম চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি) বাবে এজন নতুন ৰাজ্যিক সমন্বয়ক নিযুক্তি দিছে।

জ্যেষ্ঠ ভাৰতীয় প্ৰশাসনিক বিষয়া পাৰ্থ প্ৰতিম মজুমদাৰক এন আৰ চিৰ নতুন ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি দিয়া হৈছে।

পাৰ্থ প্ৰতিম মজুমদাৰে হিতেশ দেৱ শৰ্মাৰ স্থান ল’ব। হিতেশ দেৱ শৰ্মাই ৩১ জুলাইত চাকৰিৰ পৰা অৱসৰ ল’ব।

লগতে পঢ়ক: Jihadi in Assam: ৰাজ্যত দুই জেহাদী গোটৰ সন্ধান; ১০ জনক গ্ৰেপ্তাৰ

মজুমদাৰ বৰ্তমান সমবায় সমিতিৰ পঞ্জীয়ক আৰু মহিলা আৰু শিশু কল্যাণ বিভাগৰ সচিব হিচাপে নিযুক্ত হৈ আছে।

অসম চৰকাৰৰ এক জাননীত পাৰ্থ প্ৰতিম মজুমদাৰক গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব হিচাপে বদলি কৰাৰ লগতে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক পদ আৰু এন আৰ চি সঞ্চালকালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে বদলি কৰা বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক: Big Asteroids: ২৪ ঘণ্টাৰ ভিতৰত আহি আছে দুটা দৈত্যকায় গ্ৰহাণু; খুন্দা মাৰিব পৃথিৱীত!

২০১৯ চনৰ নৱেম্বৰত অসম চৰকাৰে প্ৰতীক হাজেলাৰ ঠাইত হিতেশ দেৱ শৰ্মাক এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি দিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

WHO প্ৰতিবেদন: বিশ্বজুৰি যুৱক-যুৱতীৰ মাজত উদ্বেগজনক ভবে বৃদ্ধি নিসংগতাৰ, বাঢ়িছে গুৰুতৰ ৰোগৰ আশংকা

WHO প্ৰতিবেদন: বিশ্বজুৰি যুৱক-যুৱতীৰ মাজত উদ্বেগজনক ভবে বৃদ্ধি নিসংগতাৰ, বাঢ়িছে গুৰুতৰ ৰোগৰ আশংকা

September 10, 2025 6:49 am
সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

September 9, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

WHO প্ৰতিবেদন: বিশ্বজুৰি যুৱক-যুৱতীৰ মাজত উদ্বেগজনক ভবে বৃদ্ধি নিসংগতাৰ, বাঢ়িছে গুৰুতৰ ৰোগৰ আশংকা

WHO প্ৰতিবেদন: বিশ্বজুৰি যুৱক-যুৱতীৰ মাজত উদ্বেগজনক ভবে বৃদ্ধি নিসংগতাৰ, বাঢ়িছে গুৰুতৰ ৰোগৰ আশংকা

September 10, 2025 6:49 am
সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd