• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইতিহাসৰ পাতৰ পৰা উঠি আহিল নেকি ষ্টেলিন, গান্ধী আৰু নেহৰু! ৰাজনৈতিক মহলত সৰস চৰ্চা, কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2021 2:48 pm
466
VIEWS
Share on FacebookShare on Twitter

ইতিহাসৰ পাতৰ পৰা উঠি আহিল নেকি ষ্টেলিন, গান্ধী আৰু নেহৰু?

আনকি আটাইকেওজনে এখন মন্ত্ৰীসভাতো স্থান লাভ কৰিলে!

অৱশ্যে এওঁলোক প্ৰকৃত ষ্টেলিন, গান্ধী অথবা নেহৰু নহয়।

তামিলনাডুৰ নব্যনিৰ্বাচিত মন্ত্ৰীসভাৰ মুখ্যমন্ত্ৰীকে ধৰি তিনিজন মন্ত্ৰীৰ নামহে এয়া!

ইয়াকে লৈ বৰ্তমান সৰস চৰ্চা হৈছে।

শুক্ৰবাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে এম কে ষ্টেলিনে শপতগ্ৰহণ পাঠ কৰে।

মন্ত্ৰীসভাত স্থান লাভ কৰিছে ডিএমকে নেতা কে এন নেহৰু আৰু আৰ গান্ধীয়ে।

নেহৰুৱে পৌৰমন্ত্ৰী হিচাপে স্থান লাভ কৰাৰ বিপৰীতে গান্ধীক প্ৰদান কৰা হৈছে বস্ত্ৰ, খাদি আৰু গ্ৰাম্য শিল্প বিভাৰ দায়িত্ব।

নেহৰুৱে তিৰুচি সমষ্টিৰ পৰা জয়ী হৈছে।

তেওঁৰ দেউতাক কংগ্ৰেছৰ সদস্য আছিল।

দেউতাকে তেওঁক দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নামেৰে নামকৰণ কৰিছিল।

১৯৮৯ চনত তেওঁ প্ৰথমবাৰৰ বাবে ডিএমকে দলৰ বিধায়ক নিৰ্বাচিত হয়।

ৰাণীপেট সমষ্টিৰ পৰা জয়ী হৈছে আৰ গান্ধী।

মহাত্মা গান্ধীৰ উপাধিৰ পৰাই তেওঁক সেই নাম প্ৰদান কৰা হৈছিল বুলি জনা যায়।

আনহাতে, মুখ্যমন্ত্ৰী ষ্টেলিনৰ নাম ৰাখিছিল ৰাজ্যখনৰ প্ৰবাদপ্ৰতীম নেতা এম কৰুণানিধিয়ে।

ছোভিয়েট ৰাছিয়াৰ শাসক যোছেফ ষ্টেলিনৰ নামৰ পৰাই এই নাম দিয়া হৈছিল।

এতিয়া তামিলনাডুবাসীয়ে বিধানসভাত ষ্টেলিন-গান্ধী-নেহৰুক একেলগে দেখিবলৈ পাব!

Recent News

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd