• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Vespa New Scooter: সস্তাতে সুন্দৰ স্কুটাৰ আনিছে ভেস্পাই; কাৰুকাৰ্য দেখিলেই ভোল যাব মন!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2023 3:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইটালীৰ কোম্পানী পিয়াজিঅ’ই শেহতীয়াকৈ ভাৰতত Dual SXL আৰু VXL ছিৰিজৰ স্কুটাৰ মুকলি কৰিছে। এখন স্কুটাৰ ১২৫ চিচি ইঞ্জিন আৰু আনখন ১৫০ চিচি ইঞ্জিনযুক্ত। দুয়োখন স্কুটাৰতে ডুৱেল টোন কালাৰ আছে, যিটো এবাৰ দেখাৰ পিছত পাহৰি যোৱাটো অসম্ভৱ।

কেন্দ্ৰৰ নতুন BS6 Phase 2 নৰ্মছ মানি চলি এই স্কুটিখন মুকলি কৰিছে কোম্পানীটোৱে। লগতে অন্যান্য ভেস্পা স্কুটাৰতকৈ কম দামত দিয়া হৈছে। এই ডুৱেল ছিৰিজৰ স্কুটাৰৰ মূল্য ১.৩২ লাখ টকা (এক্স শ্ব’ৰুম)ৰ পৰা আৰম্ভ হয়। এই স্কুটাৰখন ৰূপত যেনেকুৱা চকুত লগা, গুণগত মানতো কম নহয়।

Apply Now

ভেস্পা নিউ স্কুটাৰৰ বৈশিষ্ট্য

ভেস্পা SXL ছিৰিজত ১২৪.৫ চিচি ছিংগল চিলিণ্ডাৰ এয়াৰ কুল্ড ফুৱেল ইনজেকটেড ইঞ্জিন আছে যিয়ে সৰ্বাধিক ৯.৮ ব্ৰেক হৰ্চপাৱাৰ আৰু ৯.৬ এনএম টৰ্ক উৎপন্ন কৰে। আনহাতে, VXL ছিৰিজত আছে ১৪৯.৫ চিচি ছিংগল চিলিণ্ডাৰ এয়াৰ কুল্ড ইঞ্জিন যিয়ে সৰ্বাধিক ১০.৩ ব্ৰেক হৰ্চপাৱাৰ আৰু ১০.৬ এনএম টৰ্ক উৎপন্ন কৰে, ই CVT গিয়াৰবক্সৰ সৈতে সংযুক্ত।

স্কুটাৰখনৰ ফাংকি ষ্টাইলৰ ডিজাইন আছে, ৪টা ৰঙৰ বিকল্পও আছে – পাৰ্ল হোৱাইট, পাৰ্ল হোৱাইট এণ্ড বেইজ, পাৰ্ল হোৱাইট এণ্ড মেট ৰেড আৰু পাৰ্ল হোৱাইট এণ্ড মেট ব্লেকৰ সৈতে এজুৰ’ প্ৰভেঞ্জা, সকলোবোৰ ডুৱেল টোন ভেৰিয়েন্ট। যিয়ে স্বাভাৱিকতে স্কুটাৰখন পথচাৰীৰ বাবে আকৰ্ষণীয় কৰি তুলিব।

পিয়াজিঅ’ ভেহিকেলছৰ পৰিচালন সঞ্চালক ডিয়েগো গ্ৰেফীয়ে কয় যে আজিকালি নতুন প্ৰজন্মই তেওঁলোকৰ ব্যক্তিত্বৰ লগত খাপ খোৱাকৈ অলপ বেলেগ ধৰণৰ স্কুটাৰ বিচাৰে। এই ক্ষেত্ৰত এই স্কুটাৰখন তেওঁলোকৰ ব্যক্তিত্বৰ লগত মিলিব।

ভেস্পা স্কুটাৰৰ মূল্য

Vespa VXL 125 ভেৰিয়েন্টৰ মূল্য ১.৩২ লাখ টকা (এক্স শ্ব’ৰুম)।

Vespa VXL 150 ভেৰিয়েন্টৰ মূল্য ১.৪৬ লাখ টকা (এক্স-শ্ব’ৰুম)।

Vespa SXL 125 ভেৰিয়েন্টৰ মূল্য ১.৩৭ লাখ টকা (এক্স-শ্ব’ৰুম)।

Vespa SXL 150 ভেৰিয়েন্টৰ মূল্য ১.৪৯ লাখ টকা (এক্স শ্ব’ৰুম)।

কোৱা বাহুল্য যে এই মডেলে স্কুটাৰ চলোৱা, আনকি স্কুটাৰ নচলোৱা সকলকো, Vespa VXL আৰু SXL ছিৰিজৰ স্কুটাৰ দুখনে আকৰ্ষণ কৰিব। বৰ্তমান ভাৰতত কোম্পানীটোৰ ২৫০ টা ডিলাৰশ্বিপ আছে। এই স্কুটিখন সকলোতে উপলব্ধ বুলি কোৱা হৈছে। এই স্কুটাৰসমূহে দেশত টিভিএছ এনটৰ্ক, চুজুকি এভেনিছ, হোণ্ডা এক্টিভা আৰু টিভিএছ জুপিটাৰৰ সৈতে প্ৰতিযোগিতা কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd