• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰ্যালয়ৰ ভিতৰতে যৌন কাৰ্যত লিপ্ত কেবিনেট মন্ত্ৰী, হেৰুৱালে চকী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2020 3:41 pm
New_Zealand_PM_Jacinda_Ardern

প্ৰধানমন্ত্ৰী জেচিণ্ডা

68.2k
VIEWS
Share on FacebookShare on Twitter

কৰ্ম উপাসনাৰ স্থল পবিত্ৰ কাৰ্যালয় কক্ষক এক প্ৰকাৰৰ পতিতালয়লৈ ৰুপান্তৰিত কৰা এজন কেবিনেট মন্ত্ৰীয়ে তেওঁৰ কৰ্মৰ ফল হাতে হাতে পালে।

ক্ষমতাৰ বলেৰে বলিয়ান এই গৰাকী প্ৰভাৱশালী কেবিনেট মন্ত্ৰীয়ে তেওঁৰ কাৰ্যালয় কক্ষৰ ভিতৰতে লিপ্ত হৈছিল অবৈধ যৌন সম্পৰ্কত।

কাৰ্যালয়ৰে এগৰাকী প্ৰাক্তন মহিলা কৰ্মীৰ সৈতে কেবিনেট মন্ত্ৰীজনে অবৈধ যৌন কাৰ্যত লিপ্ত হৈ অহাৰ কথা বহুতেই জানিছিল।

কিন্তু প্ৰভাৱশালী মন্ত্ৰীৰ ভয়ত কোনেও মুখ ফুটাই একো কব পৰা নাছিল। এশ গৰু মাৰিলে বাঘৰো মৰণ।

কেবিনেট মন্ত্ৰীৰ ক্ষেত্ৰতো একে দশাই হ’ল।

ঘটনাটো নিউজিলেণ্ডৰ। দেশখনৰ প্ৰব্ৰজন দপ্তৰৰ মন্ত্ৰী তথা তিনি সন্তানৰ পিতৃ লেইন লিছ গালোৱেৰ বিৰুদ্ধে উত্থাপন হৈ আহিছিল কাৰ্যালয়ৰ ভিতৰতে অবৈধ যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ।

বিৰোধী দলৰ নেতা জুদিথ কলিন্সেও প্ৰমাণ সহ সেই অভিযোগ দাখিল কৰিছিল দেশ খনৰ প্ৰধান মন্ত্ৰী জেচিণ্ডা আৰ্ডেনৰ ওচৰত।

সকলো তথ্য প্ৰমাণ চাই হতবাক প্ৰধান মন্ত্ৰী জেচিণ্ডা।

নিউজিলেণ্ডৰ মহিলা প্ৰধানমন্ত্ৰী গৰাকীয়ে কোনো দিনে এনে কাৰ্যক প্ৰশ্ৰয় দিয়া নাই।

সেয়ে কেবিনেট মন্ত্ৰী গালোৱেকো দিয়া হ’ল অপসাৰণৰ নিৰ্দেশ।

ভুল কৰি এতিয়া কেবিনেট মন্ত্ৰী গালোৱেই ক্ষমা বিচাৰিছে,অৱশ্যে দেশৰ ওচৰত নহ’য়,পৰিয়ালৰ ওচৰতহে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd