DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰ নগৰত ঐতিহাসিক সেন্দূৰী আলিৰ নৱনিৰ্মিত পথ উদ্ধোধন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
November 24, 2018 8:34 pm
Sivasagar
480
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ নগৰৰ ঐতিসাহিক ধাই আলিৰ উপ-পথ সেন্দূৰী আলি আজি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱালে। ১০. ৮৫ লাখ টকা ব্যয় সাপেক্ষে শিৱসাগৰ পৌৰসভাই এই পথটো নিৰ্মাণ কৰিছে।

বিশিষ্ট সমাজকৰ্মী আনোৱাৰ হুছেইনে আঁত ধৰা অনুষ্ঠানটোত আৰক্ষী অধীক্ষক সুবোধ সোনোৱালে কয় যে ৰাইজৰ অভাৱ আৰু সমস্যাৰ কথা চিন্তা কৰি পৌৰসভাই নগৰৰ প্ৰায় বিলাক পথ নিৰ্মাণৰ কথা চিন্তা কৰিছে। পৌৰসভাৰ এনে জনমূখী পদক্ষেপক ৰাইজে শলাগ লোৱা উচিত তেওঁ বুলিও মন্তব্য কৰে।

অনুষ্ঠানটোত বিশিষ্ট আতিথি হিচাপে উপস্থিত থাকি পৌৰনেত্ৰী মৃদুস্মিতা সিংহই কয় যে কেৱল সেন্দূৰী আলিয়েই নহয়, নগৰৰ অৰ্ধ শতাধিক পথ-উপপথ ফেবাৰ ব্লকৰ জৰিয়তে নিৰ্মাণৰ আঁচনি লোৱা হৈছে। নগৰ উন্নয়ণৰ বাবে লাভ কৰা ধনেৰে পৌৰসভাই নগৰখনৰ গৰিষ্ঠ সংখ্যক পথ নিৰ্মাণ কৰি আছে বুলিও তেওঁ সদৰী কৰে।

অনুষ্ঠানত উজনি অসম মুছলিম কল্যান পৰিষদৰ উপ-সভাপতি মণিৰুল ইছলাম বড়াই কয় যে সেন্দূৰী আলিৰ আগৰ অংশটো বেদখলৰ গ্ৰাসত পৰি ঠেক হৈ পৰিছে। এনে উপ-পথত জৰুৰী কালীন এম্বুলেঞ্চ আৰু অগ্নি নিৰ্বাপক গাড়ী যাব পৰাকৈ পথসমূহ ১০/ ১২ ফুট বহল হ’ব লাগে। প্ৰয়োজন হ’লে প্ৰশাসনে এনে অঞ্চলত মাটি অধিগ্ৰহণ কৰি বা বেদখলমুক্ত কৰি পথসমূহ বহলকৈ বনোৱাৰ ব্যৱস্থা কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়ায়।

আজিৰ উক্ত উদ্ধোধনী অনুষ্ঠানত শিৱসাগৰ পৈৰসভাৰ উপ-পৌৰপতি আজাদ আলম, জেঙনিকটীয়া মছজিদ পৰিচালনা সমিতিৰ সভাপতি আলহাজ ৰয়েল আলি, সমবায় বিভাগৰ পঞ্জীয়ক মলেন আহমেদ, শিক্ষয়ত্ৰী এলিজ বেগমৰ লগতে কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Recent News

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

আয়বহিৰ্ভূত সম্পত্তি: হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাক চাৰি বছৰৰ কাৰাদণ্ড

আয়বহিৰ্ভূত সম্পত্তি: হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাক চাৰি বছৰৰ কাৰাদণ্ড

চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কিট ক’লৈ গ’ল? কাক কিমান টকা আদায় দিলে?

চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কিট ক’লৈ গ’ল? কাক কিমান টকা আদায় দিলে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd