• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম-মিজোৰামৰ সীমাবিবাদ শীঘ্ৰে ওৰ পেলাবলৈ আহ্বান মিজো ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত নেতৃত্বৰ

NE NOW NEWS অনিৰুদ্ধ লস্কৰ
আইজল , November 13, 2019 9:12 am

2 min read

MZP pleads for resolving border dispute
753
VIEWS
Share on FacebookShare on Twitter

মিজো ছাত্ৰ সন্থা (মিজো জিৰ্লাই পাৱল) নৱ নিৰ্বাচিত নেতৃত্বই মিজোৰাম আৰু অসমৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা সীমাবিবাদৰ ওৰ পেলাবলৈ মিজোৰাম চৰকাৰক আহ্বান জনাইছে।

আইজলত থকা ৰাজ্যখনৰ শীৰ্ষ ছাত্ৰ সংগঠনটোৰ নৱ নিৰ্বাচিত সভাপতি বি ভেনলালতানাই কয়, “ছাত্ৰ সংগঠনটোৱে ৰাজ্যখন আৰু ইয়াৰ চাৰিসীমাক সুৰক্ষা দিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰি যাব”।

তেওঁ চৰকাৰে সোনকালেই যদি অসমৰ সৈতে থকা সীমা সমস্যা সমাধান কৰিবলৈ পদক্ষেপ নলয়, তেন্তে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’ব বুলি সকীয়াই দিয়ে।

১২ নৱেম্বৰত এটা কাৰ্য্যসূচীত ভাষণ দি ভেনলালতানাই কয় যে ছাত্ৰ সংগঠনটোৱে এতিয়াৰ পৰা ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা অধিক কটকটীয়াভাৱে প্ৰয়োগ কৰাৰ পদক্ষেপ ল’ব।

যোৱা ৬ নৱেম্বৰৰ সংগঠনটোৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু পূৰ্বৰ সভাপতি এল ৰামডিনলিয়ানা ৰেন্থলেইৰ ঠাইত ভেনলালতানা নিৰ্বাচিত হৈছিল। পিটাৰ চ্চাংটে উপ-সভাপতি নিৰ্বাচিত হোৱাৰ বিপৰীতে আৰু লালনানমাৱিয়া পুনৰবাৰ সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হয়। নিৰ্বাচিত আটাইকেইজন বিষয়ববীয়াই ১২ নৱেম্বৰৰ পৰা কাৰ্য্যভাৰ লয়।

আনহাতে ৰাজ্যৰ গৃহ বিভাগৰ সূত্ৰই নৰ্থ-ইষ্ট নাওক কয় যে মিজোৰাম আৰু অসমৰ মাজত থকা সীমা বিবাদ নিৰসন কৰিবলৈ অতি সোনকালেই পদক্ষেপ লোহা হ’ব।

সূত্ৰটোৱে কয়, ৰাজ্য চৰকাৰখনে পূৰ্বৰ স্থিতাৱস্থা বাহাল ৰাখিবলৈ অসমৰ পক্ষক মিজোৰাম-অসম সীমান্তৰ বাইৰাবিৰ কাষত মচজিদ নিৰ্মাণৰ কাম স্থগিত ৰাখিব ৰাখিবলৈ আহ্বান জনাইছে।

দুয়োখন ৰাজ্যৰ মাজত সীমা বিবাদ দীৰ্ঘদিনীয়া আৰু মাজে মাজে ই অপ্ৰীতিকৰ পৰিস্থিতি, আনকি হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটাই আহিছে।

যোৱা মাৰ্চত জোফাই বা কাচুৰথল অঞ্চলত অসম আৰক্ষীয়ে ভাঙি দিয়া এটা জিৰণি চৰা মিজো ছাত্ৰ সংগঠনে পুনৰ নিৰ্মাণৰ চেষ্টা কৰাত সংঘাতৰ সৃষ্টি হৈছিল।

তাৰ পিছতে সীমান্তত থকা অবৈধ গাঁথনিবোৰ বিচাৰি উলিয়াবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ তত্ত্বাৱধানত মিজোৰাম আৰু অসম চৰকাৰৰ দ্বাৰা এখন যুটীয়া সমিতি গঠন কৰা হৈছিল।

সমিতিখনে ইনাৰ লাইন সংৰক্ষিত বনাঞ্চলত পৰিদৰ্শন কৰিছিল যদিও পিছত এপ্ৰিল মাহত ধলচেৰা-ফাইছেন অঞ্চলৰ জিৰো পইণ্টত হোৱা বিবাদৰ পিছত সেয়া বাদ দিয়া হয়।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd