• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যৌতুকৰ বলি? পুৱাই দুৱাৰ খুলি পিতৃয়ে দেখিলে দুৱাৰমুখত পৰি থকা নৱবিবাহিতা কন্যাৰ মৃতদেহ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2026 11:42 am
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেতিয়া ফেঁহুজালি দিছিলহে। পুৱাই ঘৰৰ মূল দুৱাৰখন খোলাৰ লগে লগে সকলোৱে থতমত খালে। ঘৰৰ নৱবিবাহিতা ছোৱালীজনীৰ মৃতদেহটো দুৱাৰমুখতে পৰি আছিল! এনে এক মৰ্মান্তিক দৃশ্যৰ সাক্ষী হ’ল বিহাৰৰ পিৰিয়া বজাৰৰ বাসিন্দাসকল। তাৰ পিছৰে পৰাই সমগ্ৰ অঞ্চলটোত ক্ষোভ বিয়পি পৰিছে।

চিচিটিভি ফুটেজত দেখা গৈছে যে নিশা প্ৰায় ১২:৩০ বজাত এখন গাড়ীত মৃতদেহটো আনি তাতেই পেলাই দিয়ে। তেতিয়াৰ পৰা অৰ্থাৎ গোটেই ৰাতি মৃতদেহটো তাতেই পৰি আছিল।

Apply Now

অভিযুক্ত ক’লা ৰঙৰ স্ক’ৰপিঅ’ গাড়ীত আহিছিল বুলি মৃতকৰ পৰিয়ালে দাবী কৰিছে। তাৰ পাছত মৃতদেহটো এৰি নিশাৰ আন্ধাৰত পলাই যায়। ঘৰৰ বাহিৰত ৰখা চিচিটিভি ফুটেজত দেখা গ’ল সমগ্ৰ দৃশ্য।

ইতিমধ্যে গাড়ীখন চিনাক্ত কৰা হৈছে বুলি আৰক্ষীয়ে জনাইছে। সেইখন কোনো আৰক্ষীৰ উপ-পৰিদৰ্শকৰ গাড়ী বুলি কোৱা হৈছে। সমগ্ৰ বিষয়টোৰ তদন্ত চলি আছে। আৰক্ষী বিষয়াজনে এই বিষয়ে কিবা জানিছিল নে তেওঁৰ অজ্ঞাতে মৃতদেহটো তেওঁৰ গাড়ীত অনা হৈছিল?

কিন্তু নৱবিবাহিতাৰ এনে কৰুণ পৰিণতি কিয় হ’ল? তেওঁৰ পৰিয়ালৰ দাবী যে ছোৱালীজনী যৌতুক প্ৰথাৰ বলি হ’বলগীয়া হৈছে। ছোৱালীজনীৰ পিতৃ জ্যোতিপ্ৰকাশ মাহাতোৱে জানিবলৈ দিয়া মতে, ৯ মাহ পূৰ্বে তেওঁৰ কন্যা সৰিতাই সত্যেন্দ্ৰ কুমাৰ নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। সামৰ্থ্যৰ ভিতৰত তেওঁ যৌতুক দিছিল। কিন্তু তাৰপিছতো তেওঁক অধিক যৌতুক বিচাৰি চাপ দিয়া হৈছিল।

জনা যায় যে ইতিমধ্যে ৮ লাখ টকা দিয়া হৈছিল। কিন্তু সৰিতাৰ স্বামী আৰু শহুৰেকৰ পৰিয়ালৰ আন লোকে আৰু ৩ লাখ টকাৰ বাবে চাপ দিছিল। আৰু তাৰ লগে লগে নৱবিবাহিতাৰ ওপৰত অত্যাচাৰ কৰা হৈছিল। পিতৃ জ্যোতিপ্ৰকাশে দাবী কৰে যে সেইবাবেই অৱশেষত তেওঁৰ কন্যাক হত্যা কৰা হ’ল।

সৰিতাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। সৰিতাৰ ডিঙিত ডিঙি চেপি ধৰাৰ চিন থকা বুলি দাবী কৰিছে সৰিতাৰ পিতৃয়ে। এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে। তদন্ত অব্যাহত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm
প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

June 25, 2026 12:37 pm
মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

June 25, 2026 12:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd