DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূব সীমান্ত ৰে’লৱেত চাকৰিৰ সুযোগ; ২৫৯০ টা পদৰ বাবে আবেদন আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
September 29, 2019 2:19 pm
3.7k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব সীমান্ত ৰে’লৱেত খালী হোৱা বিভিন্ন পদত চাকৰি লাভ কৰাৰ সুযোগ। উত্তৰ-পূব সীমান্ত ৰে’লৱেই এপ্ৰেণ্টিকচ আইন ১৯৬১ৰ অধীনত এপ্ৰেণ্টিকচ পদত মকৰলৰ বাবে আবেদন পত্ৰ আহ্বান কৰিছে।

এই এপ্ৰেণ্টিকচৰ অধীনত থাকিব ৱেল্ডাৰ, ফিটাৰ, কাৰ্পেণ্টাৰ, ডিজেল মেকানিক, ইলেক্ট্ৰিচিয়ান, এ চি মেকানিককে আৰু বিভিন্ন কাৰিকৰী শাখা।

এই সম্পৰ্কত অধিক জানিবলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৱেবছাইটত গৈ চাব পাৰিব।

ইচ্ছ্যুক প্ৰাৰ্থীয়ে এপ্ৰেণ্টিকচত পদৰ বাবে আবেদন কৰিবলৈ গড়ে ৫০ শতাংশ নম্বৰসহ দশমমান শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।

লগতে প্ৰাৰ্থীসকলে যিয়ো পদত আবেদন কৰিব সেই নিৰ্দিষ্ট পদত আই টি আইৰ প্ৰমাণপত্ৰ থাকিব লাগিব।

এপ্ৰেণ্টিকচত আবেদনৰ বাবে প্ৰাৰ্থীসকলৰ বয়স ১৫ বছৰৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে এছ চি, এছ টি, অ’ বি চি আদিৰ ক্ষেত্ৰত বয়সৰ কিছু ৰেহাই দিয়া হ’ব।

উত্তৰ-পূব সীমান্ত ৰে’লৱেত মুঠ ২৫৯০ টা পদৰ বাবে আহ্বান কৰা আবেদনৰ অন্তিম তাৰিখ ৩১ অক্টোবৰ।

Recent News

Maharashtra crisis

কোন কাটাপ্পা কোন বাহুবলী! গুৱাহাটীত দেখা গৈছে কাটাপ্পা আৰু বাহুবলীক

Maharashtra Crisis

বিজেপিৰ ঠাঁৰত নহয়, গুৱাহাটীলৈ নিজ ইচ্ছামতে আহিছে বিসম্বাদী বিধায়ক! স্বীকাৰোক্তি একনাথ সিন্দেৰ

Doloo Tea Estate

চাহ শ্ৰমিকক অন্ধকাৰলৈ ঠেলি ডলু বাগিচাত লক আউট ঘোষণা কৰ্তৃপক্ষৰ

Benefits of the raw Mangoes: কেঁচা আম খাবলৈ বৰ জুতি; কিন্তু কেঁচা আমৰ উপকাৰিতাৰ বিষয়ে জানেনে?

Benefits of the raw Mangoes: কেঁচা আম খাবলৈ বৰ জুতি; কিন্তু কেঁচা আমৰ উপকাৰিতাৰ বিষয়ে জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd