• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰ্যটন উদ্যোগ শক্তিশালী কৰাৰ লক্ষ্য; একাধিক ৰে’লখণ্ডত ভিষ্টাডোম সেৱাৰ প্ৰৱৰ্তন উঃ পূঃ সীঃ ৰে’লৱেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2023 8:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ৰে’লৱেই কেইবছৰমান পূৰ্বে ভিষ্টাডোম ডবা প্ৰৱৰ্তন কৰাৰ সময়ত দেশত ৰে’ল যাত্ৰাক পুনৰ নতুন ধৰণে উপস্থাপন কৰা হৈছিল। আকৰ্ষণীয়ভাৱে ৰে’লৱেই এই ভিষ্টাডোম ডবাসমূহৰ প্ৰৱৰ্তন কৰিছিল। ভিষ্টাডোম ডবাসমূহে যাত্ৰাৰ সময়ত ৩৬০ ডিগ্ৰী দৃশ্য উপভোগ কৰায় কিয়নো যাত্ৰীসকলে যাত্ৰাৰ সময়ত অতুলনীয় প্ৰকৃতিৰ ৰোমাঞ্চকৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ বিশাল কাঁচৰ খিৰিকীত দৃষ্টি নিৱদ্ধ কৰে আৰু এক বিমুগ্ধ ভ্ৰমণৰ অভিজ্ঞতা লাভ কৰে। তদুপৰি, এই ভিষ্টাডোম ডবাসমূহত অত্যাধুনিক সুবিধাৰে পৰিপূৰ্ণ কৰা হৈছে।

উত্তৰ পূব সীমান্ত ৰেলৱেও এই ক্ষেত্ৰত পিছ পৰি থকা নাই। উত্তৰ পূব সীমান্ত ৰেলৱেত প্ৰথমটো ভিষ্টাডোম সেৱা ২৮ আগষ্ট, ২০২১ তাৰিখে দুটা খণ্ডত প্ৰৱৰ্তন কৰা হয়, অৰ্থাৎগুৱাহাটী- নিউ হাফলং আৰু নিউ জলপাইগুড়ী-আলিপুৰদুৱাৰ।

উত্তৰ-পূৰ্ব্বাঞ্চল আৰু উত্তৰ বংগ অঞ্চলৰ পৰ্যটন আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰৰ বাবে এই সেৱা দুটা প্ৰৱৰ্তন কৰা হৈছিল। এনে ধৰণৰ বিশ্বমানৰ সেৱাৰ প্ৰৱৰ্তনে দেশৰ আৰু আন্তঃৰাষ্ট্ৰীয় উভয় অঞ্চলৰ পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। অদৃশ্যমান সম্ভাৱনীয় পৰ্যটন উদ্যোগক শ্ৰীবৃদ্ধি প্ৰদান কৰি এই উভয় অঞ্চলৰ অনবদ্য প্ৰাকৃতিক সৌন্দৰ্যক উৎসাহিত কৰিব পৰা যায়।

Apply Now

ভিষ্টাডোমৰ প্ৰৱৰ্তনে স্থানীয় উদ্যোগসমূহক অতিশয় উপকৃত কৰাৰ কাৰণে বৃহৎ সংখ্য়ক পৰ্যটকৰ আগমনৰ পৰিণাম স্বৰূপে নতুন নতুন কৰ্মৰ সুযোগ, ৰাজহ উপাৰ্জন সৃষ্টি হৈছে আৰু বিশ্ব পৰ্যায়ত থলুৱা সামগ্ৰীৰ প্ৰচাৰত সহায় কৰিছে।

ডিমা হাচাও গুৱাহাটী-হাফলং ভিষ্টাডোম সেৱাৰ প্ৰৱৰ্তনে কোভিডৰ সময়ত হোৱা বাধা নিষেধৰ পিছত অৱনিৰ্মিত হৈ থকা স্থানীয় পৰ্যটন উদ্যোগক এক উৎসাহ প্ৰদান কৰে। অঞ্চলটোলৈ অধিকসংখ্যক পৰ্যটক অহাৰ লগে লগে বিভিন্ন খণ্ডৰ এক বিশাল ক্ষেত্ৰৰ লোক অৰ্থনৈতিকভাৱে লাভান্বিত হৈছিল।

অতুলনীয় লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা আগৰতলা-জিৰিবাম, গুৱাহাটী-নাহৰলগুণৰ মাজত আৰু শেহতীয়াকৈ নিউ জলপাইগুড়ী-হাওড়াৰ মাজত বৰ্ধিত চাহিদা পূৰণৰ লক্ষ্যৰে অঞ্চলটোৰ অনাৱিষ্কৃত পৰ্যটন ক্ষেত্ৰসমূহক পৰিচয় কৰাই দিয়াৰ লগতে অধিক সংখ্যক ভিষ্টাডোম ডবা প্ৰৱৰ্তন কৰা হয়। কুলিক এক্সপ্ৰেছ নামৰ আৰু এখন ৰে’লতো শেহতীয়াকৈ ভিষ্টাডোম ডবা প্ৰদান কৰা হৈছে।

পৰ্যটন উদ্যোগে কেৱল ৰাজহ আৰু নতুন কৰ্মৰ সুযোগ সৃষ্টি কৰাই নহয়, অঞ্চলটোৰ সামগ্ৰিক উন্নয়নকো উদগনি যোগায়। স্থানীয় লোকসকলৰ অৰ্থনৈতিক মানদণ্ড যথেষ্ট বৃদ্ধি হয় আৰু ভিষ্টাডোম ডবাসমূহে অধিক পৰ্যটক আকৰ্ষিত কৰাৰ বাবে আশীৰ্বাদ হিচাপে কাম কৰে কিয়নো উত্তৰ-পূৰ্ব্বাঞ্চল আৰু উত্তৰ-বংগ দুয়োটা অঞ্চলতে এনেকুৱা অদৃশ্য ঠাই আছে যিসমূহ এজন পৰ্যটকে কেৱল কল্পনাহে কৰিব পাৰে আৰু ৰে’লৱেই হৈছে দেশৰ আটাইতকৈ সংযোজিত পৰিৱহন ব্যৱস্থা যিয়ে লুকাই থকা সৌন্দৰ্যসমূহক অন্বেষণ কৰাত সহায় কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd