• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যাত্ৰীৰ সুবিধাৰ বাবে কেইবাখনো ৰে’লত অতিৰিক্ত দবা সংযোগ ঘটাব উত্তৰ-পূব সীমান্ত ৰে’লৱেই

এন ই নাও নিউজ by এন ই নাও নিউজ
May 6, 2019 4:51 pm
maxresdefault

ফটো : য়ু টিউবৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব সীমান্ত ৰে’লৱেই (এন এফ আৰ) অঞ্চলটোৰ ৰে’লযাত্ৰীসকলৰ বাবে ইয়াৰ দূৰণিবটীয়া আৰু যাত্ৰীবাহী ৰে’লসমূহত যাত্ৰীৰ বহন ক্ষমতা বৃদ্ধি কৰাৰ পদক্ষেপ হিচাপে স্থায়ীভাৱে অধিক দবাৰ সংযোজন ঘটোৱাৰ সিদ্ধান্ত লৈছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বেছিভাগ ৰে’লতে অতিৰিক্ত দবাসমূহ চলিত মাহৰ পৰা স্থায়ীভাৱে সংযোজিত কৰা হ’ব।

Apply Now

অহা ৬মে’ ২০১৯ৰ পৰা কাৰ্যকৰী হোৱাকৈ ৫৫৬১৫/৫৫৬১৬ গুৱাহাটী-শিলচৰ-গুৱাহাটী দ্ৰুত যাত্ৰীবাহী ৰে’লখনত এটা এ চি ৩ টায়াৰ দবা সংযোজন কৰা হ’ব।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই লগতে কেইখনমান ৰে’লত তিনি আৰু চাৰিটা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ দবা সংযোগ কৰাৰ পৰিকল্পনা কৰিছে।

আনহাতে, অহা ২৫মে’,২০১৯ত কাৰ্যকৰী হোৱাকৈ তিনিটা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ দবা সংযোজন ঘটোৱা হ’ব নিউ বঙাইগাঁও আৰু গুৱাহাটীৰ মাজত চলা   ৫৫৮০৩/৫৫৮০৪ যাত্ৰ্ৰীবাহী, ৫৫৮০৯/৫৫৮১০ যাত্ৰীবাহী আৰু ৫৫৮১৭/৫৫৮১৮ যাত্ৰীবাহী ৰে’লকেইখনত।

সেইদৰে, অহা ২৫মে’,২০১৯ত কাৰ্যকৰী হোৱাকৈ চাৰিটা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ দবা সংযোজন ঘটোৱা হ’ব ৰঙাপাৰাৰ পৰা ৰঙিয়ালৈ চলি থকা ৫৫৮৯৩/৫৫৮৯৪ যাত্ৰ্ৰীবাহী আৰু ৫৫৮৯৫/৫৫৮৯৬ যাত্ৰ্ৰীবাহী ৰে’লকেইখনত।

এই সুবিধা লগতে অহা ২৫মে’,২০১৯ৰ পৰা কাৰ্যকৰী হোৱাকৈ আগৰতলা আৰু গাৰ্জিৰ মাজত চলি থকা ৫৫৬৮১/৫৫৬৮২ যাত্ৰীবাহী আৰু ৫৫৬৮৩/৫৫৬৮৪ যাত্ৰীবাহী ৰে’ল দুখনতো আগবঢ়োৱা হ’ব।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই লগতে অহা ২৫মে’,২০১৯ৰ পৰাই কাৰ্যকৰী হোৱাকৈ আগৰতলা আৰু ধৰ্মনগৰৰ মাজত চলি থকা৫৫৬৭৯/৫৫৬৮০ যাত্ৰীবাহী ৰে’লখনতো এটা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ দবা সংযোজন ঘটোৱাৰ পৰিকল্পনা কৰিছে।

যোৱা বছৰ উত্তৰ-পূব সীমান্ত ৰে’লৱেই বিভিন্ন ৰে’লত ২৮টা দবা স্থায়ী ৰূপত সংযোগ কৰিছে আৰু ৩০২ টা দবা সাময়িকভাৱে সংযোজিত কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd