• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুচৱল আৰু গুৱাহাটীৰ মাজত উত্তৰ পূব সীমান্ত ৰে’লৱেই চলাব ভাৰত গৌৰৱ ৰে’ল; কেইখনমান ৰে’লৰ সময়সূচীৰো সংশোধন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2025 10:46 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব ভাৰতত পৰ্যটনৰ প্ৰচাৰৰ বাবে ভাৰতীয় ৰে’লৱেৰ তৰফৰ পৰা ভুচবল আৰু গুৱাহাটীৰ মাজত ভাৰত গৌৰৱ ৰে’ল চলোৱা হ’ব। ৰে’ল নং০০১৩১ ১ জানুৱাৰী, ২০২৫ তাৰিখে ০৮:০০ বজাত ভুচবলৰ পৰা যাত্ৰা আৰম্ভ কৰি ৩ জানুৱাৰী, ২০২৫ তাৰিখে ০৭:৩০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব।

উভতনি যাত্ৰাৰ দিশত, ৰে’লখন গুৱাহাটীৰ পৰা ৪ জানুৱাৰী, ২০২৫ তাৰিখৰ ১৮:৩০ বজাত প্ৰস্থান কৰি ৭ জানুৱাৰী, ২০২৫ তাৰিখৰ ০৩.৪০ বজাত ভুচবলত গৈ উপস্থিত হ’ব। উভয় পথৰ যাত্ৰাৰ সময়ত ৰে’লখন বিদিশা, মাণিকপুৰ, বাৰাউনি, কাটিহাৰ, নিউ জলপাইগুড়ী, নিউ বঙাইগাওঁ হৈ চলাচল কৰিব।

Apply Now

এই ভাৰত গৌৰৱ বিশেষ ৰে’লখনৰ লক্ষ্য হৈছে ভাৰতবৰ্ষৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু ঐতিহ্য উদযাপনৰ দ্বাৰা অনন্য ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰা।

ইয়াৰ উপৰিও, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তৰফৰ পৰা যাত্ৰীসকলৰ উন্নততৰ সুবিধাৰ বাবে তলত দিয়া বিৱৰণ অনুসৰি কেইখনমান ৰে’লৰ সময়সূচীৰ সংশোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে:

ৰে’ল নং ০৫৬৩৮ শিলচৰ- নাহৰলগুন এক্সপ্ৰেছ ৬ জানুৱাৰীৰ পৰা ৩১মাৰ্চ, ২০২৫ তাৰিখলৈ প্ৰত্যেক সোমবাৰে শিলচৰৰ পৰা ১৩:১০ বজাত প্ৰস্থান কৰি পিছদিনা ০৮:৪০ বজাত নাহৰলগুনত উপস্থিত হব।

উভতনি যাত্ৰাৰ সময়ত ৰে’ল নং. ০৫৬৩৭ নাহৰলগুন – শিলচৰ এক্সপ্ৰেছ ৭ জানুৱাৰীৰ পৰা ১ এপ্ৰিল, ২০২৫ তাৰিখলৈ প্ৰত্যেক মঙলবাৰে নাহৰলগুনৰ পৰা ১০:০০ বজাত প্ৰস্থান কৰি পিছদিনা ০৫:২০ বজাত শিলচৰত উপস্থিত হব। উভয় দিশৰযাত্ৰাৰ সময়ত ৰে’লখন নিউ হাফলং, লামডিং, ডিমাপুৰ, মৰিয়নি, নিউ তিনিচুকীয়া, ধেমাজি, হাৰমতী হৈ চলাচল কৰিব।

একেদৰে ৰে’ল নং ০৫৬২৮ আগৰতলা– গুৱাহাটী বিশেষ ২জানুৱাৰীৰ পৰা ২৭ মাৰ্চ, ২০২৫ তাৰিখ পৰ্যন্ত প্ৰত্যেক বৃহস্পতিবাৰে আগৰতলাৰ পৰা ১৯:০০ বজাত প্ৰস্থান কৰি পিছদিনা ০৮:৪৫বজাত গুৱাহাটীত উপস্থিত হব।

উভতনি যাত্ৰাৰ সময়ত, ৰে’ল নং০৫৬২৭ গুৱাহাটী-আগৰতলা বিশেষ ৩ জানুৱাৰীৰ পৰা ২৮ মাৰ্চ, ২০২৫ তাৰিখ পৰ্যন্ত প্ৰত্যেক শুক্ৰবাৰে গুৱাহাটীৰ পৰা ১৩:১৫বজাত প্ৰস্থান কৰি পিছদিনা ০৪:১০বজাত আগৰতলাত উপস্থিত হব। উভয় পথৰ যাত্ৰাৰ সময়ত ৰে’লখন আম্বাচা, নিউ কৰিমগঞ্জ, নিউ হাফলং, লামডিং আৰু চাপৰমুখহৈ চলাচল কৰিব।

বিশেষ ৰে’ল সেৱাৰ প্ৰাৰম্ভ আৰু পৰিচালন অনুকূল কৰাৰ জৰিয়তে যাত্ৰীসকলৰ অভিজ্ঞতা বৃদ্ধিৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেই প্ৰতিশ্ৰুতিবদ্ধ। যাত্ৰীসকলে এই সেৱাৰ সুবিধা গ্ৰহণ কৰি আৰামদায়ক ভ্ৰমণ উপভোগ কৰাৰ বাবে উৎসাহিত কৰা হৈছে।

অধিক তথ্যৰ বাবে, যাত্ৰীসকলে চৰকাৰী ৱেবছাইট অৱলোকন কৰিব পাৰিব অথবা নিকটতম ৰে’ল ষ্টেচনৰ সৈতে যোগাযোগ কৰিব পাৰিব। বিস্তৃত আপডেট আৰু তথ্যৰ বাবে যাত্ৰীসকলক উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিভিন্ন চচিয়েল মিডিয়া প্লেটফৰ্ম দৰ্শন কৰাৰ বাবে অনুৰোধ কৰা হল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd