• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত ৰাউণ্ড টেবল ইণ্ডিয়া, জোমাটো ফিডিং ইণ্ডিয়াৰ বান সাহায্য

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , August 9, 2020 8:50 pm

1 min read

NGOs Round Table India, Zomato Feeding India distribute relief materials among flood victims in Bokakhat
134
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ বেচৰকাৰী সংস্থা ৰাউণ্ড টেবল ইণ্ডিয়া আৰু জোমাটো ফিডিং ইণ্ডিয়াৰ সহযোগত আজি বোকাখাত মহকুমাৰ বানাক্ৰান্ত  আলামী অঞ্চলৰ ৰাগদিয়া, মাজগাওঁ, লাকলঙিয়া আৰু মেদক গাওঁৰ প্ৰায় ৩৫০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীকে আৰু অনান্য লাগতিয়াল সামগ্ৰীসহ একোটা টোপোলা আজি বান ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত বিতৰণ কৰে৷

কভিড ১৯ৰ প্ৰট’কল ৰক্ষা কৰি সংগঠন দুটাই আগবঢ়োৱা এই সাহায্য প্ৰদান কাৰ্যসূচীত বোকাখাত মহকুমা সাংবাদিক সন্থা আৰু স্কাউট গাইড ইণ্ডিয়াৰ প্ৰতিনিধি সকলেও সহযোগ কৰে৷

এই উপলক্ষে সাহায্য সামগ্ৰী বিতৰণৰ অনুষ্ঠানত সংশ্লিষ্ট গাওঁৰ গাওঁবুঢ়া বীৰেণ বৰুৱা, বোকাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল বিনয় ফুকন, আৰু স্থানীয় ব্যক্তি লালন পেগু উপস্থিত থাকে৷

কাৰ্যসূচীৰ নেতৃত্ব লয় ৰাউণ্ড টেবল ইণ্ডিয়াৰ বিষয়ববীয়া ভিনাচ আগ্ৰৱালা আৰু নিতীন আগ্ৰৱালাই৷

সামগ্ৰী বিতৰণ অনুষ্ঠানত বক্তব্য প্ৰদান কৰি সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু সংবাদকৰ্মী কৈলাশ পাটোৱাৰীয়ে ৰাউণ্ড টেবল ইণ্ডিয়াৰ এনে মহান কামক প্ৰশংসা কৰে৷

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰাউণ্ড টেবল ইণ্ডিয়াই বোকাখাত মহকুমাত বান সাহায্যৰ লগতে কেতবোৰ জনকল্যাণ  কাৰ্যসূচীও ৰূপায়ন কৰিছিল৷

Tags: Assam Flood

Recent News

IMG_20210420_153103

তীৰ্থ ভুমিত পৰিণত কুমাৰীকাটা মিঠাৰাম দাস সমন্বয় ক্ষেত্ৰ; কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ সামৰণি

Rhino-1140x570

আকৌ গঁড় হত্যা! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰি খৰ্গ কাটি নিলে চোৰাংচিকাৰীয়ে

a-vac-640x375

গোলাঘাটত ৫৮,২৫৫ পালি প্ৰতিষেধক প্ৰদান : নুমলীগড়ত গুৱাহাটীৰ পৰা অহা যাত্ৰীসহ বাহনৰ কৰ্মচাৰীক কোভিড টেষ্ট

MAHA-750x375

কাইলৈ পৰা মহা-লকডাউন! : অতি শীঘ্ৰেই লকডাউন ঘোষণা কৰিব পাৰে চৰকাৰে!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd