DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

মেঘালয় চৰকাৰক খনি দুৰ্ঘটনাত হতাহতক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2018 5:07 pm
Meghalaya-coal-mining-rep-pictures-750x375
181
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ এখন বিচাৰপীঠে মেঘালয়ৰ খনিত কাম কৰি মৃত্যু হোৱা আৰু আহত হোৱা শ্ৰমিকসকলক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ মেঘালয় চৰকাৰক নিৰ্দেশ দিছে।

শ্বিলঙৰ সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পোৱা অনুসৰি শেহতীয়াভাৱে ১৩ ডিচেম্বৰত পূব জয়ন্তীয়া পাহাৰ জিলাৰ খনি দুৰ্ঘটনাত নিহত হোৱা শ্ৰমিকসকলৰ নিকটাত্মীয়ক ১ লাখ টকাকৈ ক্ষতিপূৰণ দিব বুলি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণক জনাইছে।

বিপি কাকতীৰ নেতৃত্বৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে শ্বিলঙত অনুষ্ঠিত ইয়াৰ তৃতীয়খন বৈঠকত সংশ্লিষ্ট বিভাগৰ শীৰ্ষস্থানীয় বিষয়াসকলে অংশগ্ৰহণ কৰিছিল। বহু বছৰ ধৰি কোনো ক্ষতিপূৰণ নোপোৱা খনি দুৰ্ঘটনাৰ চিকাৰ হোৱা শ্ৰমিকসকলৰ পৰিয়ালসমূহকো ক্ষতিপূৰণ দিবলৈ পেনেলখনে পৰামৰ্শ প্ৰদান কৰে।

জানিব পৰা গৈছে যে খনি দুৰ্ঘটনাত হতাহত হোৱা শ্ৰমিকৰ যথাৰ্থ তথ্য ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণক প্ৰদান কৰাত মেঘালয় চৰকাৰ ব্যৰ্থ হৈছে।

এটা সূত্ৰই জনাইছে যে চৰকাৰী প্ৰতিৱেদনঅনুসৰি ২০১৪ চনৰ পৰা মেঘালয়ত কয়লাৰ অবৈধ খনন চলি অহাটো ধৰা পৰিছে। উল্লেখ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ২০১৪ চনৰ এপ্ৰিলৰ পৰা মেঘালয়ত কয়লাৰ খননত নিশেধাজ্ঞা আৰোপ কৰা হৈছে।
বিগত বৈঠকখনত চৰকাৰে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণক অৱগত কৰোৱা মতে ২,৯০০ খন অবৈধ কঢ়িওৱা ট্ৰাক জব্দ কৰা হৈছে আৰু ১,০০০ৰো অধিক গোচৰ ৰুজু কৰা হৈছে।

Recent News

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

MS Dhoni Birhday

শুভ জন্মদিন কেপ্তেইন কুল

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd